উত্তৰ-পূব

এইটোৱেই ভাৰতীয়সকলৰ ৰং; ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন ঘূৰাই দিয়া সন্দৰ্ভত মুখ খুলিলে ছাই পল্লৱীয়ে

বহুদিন পূৰ্বে দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীয়ে ২ কোটি টকাৰ এটা ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰিছিল। শেহতীয়াকৈ তেওঁ নিজেই এক...

Read moreDetails

অধ্যক্ষ পদৰ দাবীত অটল চন্দ্ৰবাবু নাইডু! আৰু কোন মিত্ৰদলক লৈ চিন্তিত প্ৰধানমন্ত্ৰী?

দেওবাৰে শপত গ্ৰহণৰ দিনা অজিত পাৱাৰৰ এন চি পিক লৈ বিজেপি অস্বস্তিত পৰিছিল। ইপিনে, শপতগ্ৰহণৰ পিছদিনাও চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম...

Read moreDetails

‘সমাজত বিভাজনৰ সৃষ্টি কৰা হৈছে, মিছা প্ৰচাৰ চলোৱা হৈছে’-কাৰ পিনে আঙুলি মোহন ভাগৱতৰ?

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা অনুমান কৰা হৈছিল। আৰু সেইটোৱেই ঘটিল। সোমবাৰে আৰ এছ এছৰ মুৰব্বী মোহন...

Read moreDetails

২০২৪ৰ লোকসভা নিৰ্বাচনত ইভিএম ভোটদানৰ অনিয়ম উন্মোচন নিৰ্বাচন আয়োগৰ, অসমতো বিসংগতি

যোৱা ৪ জুন মঙলবাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৩৬২টা সমষ্টিত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ দ্বাৰা...

Read moreDetails

ডিফুত নিশা শুই থকা অৱস্থাতে যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

কাৰ্বি আংলং জিলাৰ ডিফুত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। সোমবাৰে নিশা এগৰাকী যুৱতীক শোৱাপাটিতে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। কাৰ্বি আংলং...

Read moreDetails

ICC T-20 World Cup: বিশ্বকাপত অব্যাহত দক্ষিণ আফ্ৰিকাৰ জয়যাত্ৰা; যুঁজ দিও পৰাস্ত হ’ল বাংলাদেশ

যুঁজি যুঁজিও হাৰি গ’ল বাংলাদেশ। দক্ষিণ আফ্ৰিকাৰ আগত তেওঁলোকৰ সংগ্ৰাম স্তব্ধ হৈ ৰ’ল। সোমবাৰে খেলখনত দক্ষিণ আফ্ৰিকাই চাৰি ৰাণত জয়লাভ...

Read moreDetails

শপত গ্ৰহণৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী পদ ত্যাগ কৰিব বুলি ওলোৱা বাতৰি অস্বীকাৰ বিজেপি সাংসদৰ

দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। এন ডি এৰ সকলো অংশীদাৰক তৃতীয় মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা...

Read moreDetails

জিৰিবামত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ

সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত জিৰিবাম পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলেনৰ সমীপৰ টি লাইজাঙত জিৰিবামলৈ গৈ থকা মণিপুৰৰ মুখ্যমন্ত্ৰী...

Read moreDetails

মণিপুৰত সাধাৰণ নাগৰিকক হত্যা কৰাৰ অপৰাধত অসমৰ জেলৰ পৰা এজনক গ্ৰেপ্তাৰ NIAৰ

যোৱা ১৮ জানুৱাৰীত মণিপুৰৰ বিষ্ণুপুৰত চাৰিজন সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্ত সংস্থা (NIA)ই প্ৰথমবাৰৰ বাবে এজনক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

ফ্ৰেন্স অ’পেনৰ নতুন চাঞ্চল্য আলকাৰাজ! জাৰ্মানীৰ জেৰেভক পৰাস্ত কৰি খিতাপ স্পেইনৰ তাৰকাৰ

ৰাফেল নাডালে নোৱাৰিলে যদিও কাৰ্লোছ আলকাৰাজে পাৰিলে। নাডাল হৈছে আলকাৰাজৰ গুৰু, তেওঁৱেই যেন ফ্ৰেন্স অ’পেনৰ নতুন নাডাল। দীৰ্ঘদিন ধৰি ৰ’লেণ্ড...

Read moreDetails
Page 250 of 2565 1 249 250 251 2,565

Stay Connected

Recent News