• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সমাজত বিভাজনৰ সৃষ্টি কৰা হৈছে, মিছা প্ৰচাৰ চলোৱা হৈছে’-কাৰ পিনে আঙুলি মোহন ভাগৱতৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2024 11:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা অনুমান কৰা হৈছিল। আৰু সেইটোৱেই ঘটিল। সোমবাৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ক্ষোভ বহিৰ্প্ৰকাশ ঘটালে। সংঘৰ মুৰব্বীগৰাকীয়ে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ নাম এবাৰো উল্লেখ নকৰিলে। কিন্তু বহুতেই বুজি পালে কাৰ পিনে তেওঁৰ আঙুলি?

নাগপুৰত সংঘৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতে কয় যে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো যুদ্ধ নহয়। ভাগৱতৰ ভাষাত, “প্ৰচাৰত ইজনে সিজনৰ বিৰুদ্ধে যি ধৰণে সমালোচনা কৰিছে, সেইটোৱে সমাজত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। তাৰ প্ৰতি কোনো লক্ষ্য ৰখা হোৱা নাছিল। আৰ এছ এছৰ সংগঠনকো বিনা কাৰণতে টানি অনা হৈছে। প্ৰযুক্তিৰ সহায় লৈ মিছা কথা প্ৰচাৰ কৰা হৈছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে কেৱল মিছা প্ৰচাৰৰ বাবে।”

লগতে পঢ়কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত ইভিএম ভোটদানৰ অনিয়ম উন্মোচন নিৰ্বাচন আয়োগৰ, অসমতো বিসংগতি

Apply Now

আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে লগতে কয়, ‘গণতন্ত্ৰৰ বাবে নিৰ্বাচন অতি প্ৰয়োজনীয়। তাত দুটা পক্ষ থাকে। বিৰোধীসকল থাকে। তেওঁলোক শত্ৰু নহয়, তেওঁলোক বিৰোধী। তেওঁলোকে এটা মতামত প্ৰকাশ কৰিছে। সেইটোও সকলোৱে জনা উচিত। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মৰ্যাদা যাতে হেৰুৱাই নাযায়। সেইটো ৰক্ষা কৰিব লাগিব”।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনী প্ৰচাৰত যিদৰে হিন্দু-মুছলমান কৰি তুলিছে সেয়া দৃষ্টান্তবিহীন। স্বাধীনতাৰ পিছত কোনো প্ৰধানমন্ত্ৰীয়ে তেনেকুৱা কৰা নাই। কেৱল সেয়াই নহয়, অভিযোগটো হ’ল যে তেনে কৰি থাকোঁতে মোদীয়ে অহৰহ মিছা কথা কৈছে। যিটো প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত এজন ব্যক্তিৰ বাবে অনাকাংখিত আৰু অনুপযুক্ত। ইয়াৰ বাহিৰেও মোদীয়ে বিৰোধীক যি ধৰণৰ মন্তব্য কৰিছে, সেই ধৰণৰ মন্তব্যই সামগ্ৰিকভাৱে মৰ্যাদাও হেৰুৱাইছে বুলি বহুতে ভাৱে।

লগতে পঢ়কঃ ৭১ জন সাংসদৰ মাজত ভগাই দিয়া হ’ল মন্ত্ৰীত্ব : মোদীৰ তৃতীয় মন্ত্ৰীসভাত কাৰ ভাগত কি দায়িত্ব পৰিল?

বহু পৰ্যবেক্ষকৰ মতে আৰ এছ এছ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতাসকলেও এই সাৰমৰ্ম বুজি পাইছে। যোৱা দহ বছৰত বিজেপিয়ে কাৰ্যতঃ নিজৰ মৌলিক পৰিচয় হেৰুৱাই পেলাইছে। গোটেইটো মোডী-শ্বাহৰ দল হিচাপে পৰিগণিত হৈছে। তাত সামূহিক মতামতৰ কোনো গুৰুত্ব নাই। ফলস্বৰূপে লোকসভা নিৰ্বাচনত মোডীৰ অৱনমৰ পিছত ক্ষোভ মুকলি হ’ব বুলি অনুমান কৰাই হৈছিল। সেয়াই ঘটিল। যোৱা দহ বছৰত সংঘৰ মুৰব্বীৰ কথাত ইমান অসন্তুষ্টি দেখা যোৱা নাছিল। সন্দেহ নাই যে সংঘৰ পৰা বিজেপি দললৈও এই বিষয়টো বিয়পিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd