নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক পীপলছ পাৰ্টি (এনডিপিপি)ৰ ১১ নং উত্তৰ আংগামী-২ সমষ্টিৰ প্ৰাৰ্থী তথা দলটোৰ প্ৰতিষ্ঠাপক নেতা নেইফিউ ৰিঅ’ৰ বিৰুদ্ধে বুধবাৰে নাগা...
Read moreDetailsমেঘালয় বিধানসভাৰ এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে উমৰই সমষ্টিৰ নেশ্যনেল পীপলচ পাৰ্টিৰ (এনপিপি)...
Read moreDetailsটাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে ইতিমধ্যেই শ্ৰীলংকা, ৰাছিয়া আৰু চীনত থকা কোম্পানিটোৰ চাহ আৰু কফি ব্যৱসায়ৰ অংশীদাৰিত্ব বিক্ৰী কৰিছে। এতিয়া চাহ...
Read moreDetailsকেন্দ্ৰই বঢ়ালে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থীসকলৰ মাহিলী ভাত্তা আৰু স্থিৰ জমাৰাশিৰ পৰিমাণ। আত্মসমৰ্পন আৰু হিংসা পৰিহাৰক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ...
Read moreDetailsহামৰ সকলৰ ৰাজনৈতিক সমস্যাটোৰ এটা গ্ৰহণযোগ্য সমাধানৰ পথ উলিওৱাৰ উদ্দেশ্যে অহা ৫ মাৰ্চত হামৰ বিদ্ৰোহী আৰু মিজোৰাম চৰকাৰৰ মাজত এখন...
Read moreDetailsব্যৱসায় বাণিজ্যকে আদি কৰি আন বহু দ্বিপাক্ষিক বিষয়ক লৈ সোমবাৰে জৰ্মানীৰ কনচুল জেনেৰেল মিচেল ফেনিয়াৰৰ সৈতে এক বৈঠকত মিলিত হয়...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী অনশ্বু জামচেনপাক আজি সণ্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অৰুণাচল ইউনিভাৰ্ছিটী অৱ ষ্টাডিছে। নামচাইত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ দ্বিতীয়...
Read moreDetails২০১৬ চনৰ মে’ত মুকলি কৰা এটি এপ চিটিঅ’ৰা গুৱাহাটীৰ পৰা আৰম্ভ কৰা হৈছিল আৰু ই মহানগৰীৰ লোকসকলক সুলভ তথা অনায়াসে...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইয়ে কয় যে আগন্তুক বছৰবোৰত উত্তৰ-পূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগ বৃদ্ধি পাব আৰু এইটোৱে এই পাৰ্বত্য অঞ্চলটোত...
Read moreDetailsসোমবাৰে নতুন দিল্লীৰ পাঞ্জাৱীবাগত আন্না হাজাৰেৰ টীম আন্নাৰ নেতৃত্বত জন লোকপাল বলবৎকৰণ তথা দুৰ্নীতি বিৰোধী আন্দোলনৰ নতুন কাৰ্যালয় উদ্বোধন কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd