• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2025 4:57 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-চীনৰ মাজত পুনৰ সম্পৰ্ক উন্নত হোৱাৰ নতুন সম্ভাৱনা প্ৰকাশ পাইছে। প্ৰায় পাঁচ বছৰৰ অন্তৰালৰ পিছত দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। ক’ভিদ মহামাৰী আৰু গালৱানৰ উত্তেজনাৰ পিছত বন্ধ হৈ থকা এই বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আলোচনা চলি আছে বুলি চীনে নিশ্চিত কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিয় জিয়ানে সংবাদ মাধ্যমৰ আগত সদৰী কৰা আনুসৰি ভাৰতৰ সৈতে পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ বাবে আলোচনা চলিছে। দুই দেশৰ মাজত পুনৰ বিমান সেৱা আৰম্ভ কৰি সম্পৰ্ক আৰু সহজ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। বিশেষজ্ঞসকলৰ মতে অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সময়তে এই বিষয়ে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

Apply Now

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, ছেপ্টেম্বৰৰ পৰা দেশৰ দুটা বৃহৎ বিমান সংস্থা ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াক ভাৰত-চীন পোনপটীয়া বিমান সেৱাৰ বাবে প্ৰস্তুত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে চীন ইষ্টাৰ্ন এয়াৰলাইন্স আৰু এয়াৰ চাইনাই দিল্লীকে ধৰি ভাৰতৰ কেইবাখনো চহৰলৈ বিমান সেৱা আগবঢ়াইছিল। পুনৰ যদি এই বিমান সেৱা আৰম্ভ হয়, তেন্তে ই দুয়ো দেশৰ বাণিজ্যৰ লগতে ৰাজনৈতিক সম্পৰ্কতো নতুন দিশ প্ৰদান কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am
ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

June 4, 2026 9:11 am
‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am
ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

June 4, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd