কেন্দ্ৰীয় চৰকাৰে ৭ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰা বুলি এক চৰকাৰী আদেশৰ জৰিয়তে...
Read moreDetailsৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বিৰুদ্ধে গোচৰৰ শুনানি ক্ষিপ্ৰতাৰে হ’ব লাগেনে নালাগে বিবেচনা কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়। সংসদে বিধেয়কখন গৃহীত...
Read moreDetailsচি আই ডিৰ অনুৰাগীসকলৰ বাবে এটা দুখবৰ। জনপ্ৰিয় ভাৰতীয় টিভি ধাৰাবাহিক চি আই ডিৰ অন্যতম প্ৰিয় চৰিত্ৰ এচিপি প্ৰদ্যুমান এতিয়াৰ...
Read moreDetailsএছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদব্ৰজে সম্পূৰ্ণ কৰে। ৬ এপ্ৰিল অৰ্থাৎ আজি জন্মদিনত...
Read moreDetailsৰাম নৱমীতেই ‘ৰাম ৰাজ্য’তে মাইক্ৰ’ফোন বজাব নোৱাৰিব! উচ্চচৰে মাইক বজোৱাৰ বাবে আৰক্ষীয়ে চাউণ্ড চিষ্টেম বন্ধ কৰিলে! যাৰ ফলত হোৱা প্ৰতিবাদৰ...
Read moreDetailsপকেটৰ ভিতৰতে মোবাইল ফোন বিস্ফোৰণ ঘটি গোপনাংগ জ্বলি গ’ল এজন যুৱকৰ। জুইৰ উত্তাপত বাইকৰ পৰা বাগৰি পৰে যুৱকজন। মধ্য প্ৰদেশত...
Read moreDetails২০২৫ চনৰ ৫ এপ্ৰিল শনিবাৰে সমগ্ৰ আমেৰিকাত হাজাৰ হাজাৰ লোকে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ উপদেষ্টা ইলন মাস্কৰ বিৰুদ্ধে প্ৰতিবাদী...
Read moreDetailsএপ্ৰিল মাহত ভাৰতত গ্ৰীষ্মকালৰ আৰম্ভণি হয়, আৰু উষ্ণতা বৃদ্ধিৰ লগে লগে দক্ষিণ ভাৰত এক সপোনৰ ভ্ৰমণস্থানত পৰিণত হয়। কুঁৱলীৰে আবৃত...
Read moreDetailsবিজেপি শাসিত ৰাজ্যসমূহত ‘ইউনিফৰ্ম চিভিল কোড’ ৰূপায়ণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বৃহৎ পৰ্যবেক্ষণ কৰিছে। এটা...
Read moreDetailsমাত্ৰ কেইবছৰমানৰ আগতে ‘কৃত্ৰিম বুদ্ধিমত্তা’ শব্দটো কল্পবিজ্ঞানৰ অংশ আছিল। কিন্তু কোনে জানিছিল যে ইমান কম সময়ৰ ভিতৰতে ভাৰতীয় বজাৰত AI...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd