Popular Stories

অভিজিৎ দীপকেৰ পুনৰ হুংকাৰ, ২০ জুনত দিল্লীত বৃহৎ গণআন্দোলনৰ ঘোষণা

পৰীক্ষাৰ অনিয়ম আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎক লৈ চলি থকা আন্দোলনক অধিক জোৰদাৰ কৰাৰ ঘোষণা কৰিছে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই।...

Read moreDetails

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ একত্ৰীকৰণৰ খবৰক উৰা বাতৰি বুলি নস্যাৎ মমতা বেনাৰ্জীৰ দলৰ

নতুন দিল্লীত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজত একত্ৰীকৰণ হ’ব বুলি চলি থকা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে তৃণমূল কংগ্ৰেছে। বিৰোধী...

Read moreDetails

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

তিনিচুকীয়া জিলাৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডক (অইল) প্ৰদান কৰা অনুমতিৰ তীব্ৰ বিৰোধিতা...

Read moreDetails

গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

গুজৰাটৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা সংসদৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত...

Read moreDetails

ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰধানমন্ত্ৰীৰ অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোদীয়ে, ইটালীৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইতিহাস ৰচনা কৰিলে। তেওঁ ভাৰতৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পুৰণি অভিলেখ ভংগ কৰি প্ৰধানমন্ত্ৰী হিচাপে...

Read moreDetails

তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট: এজনৰ পিছত এজন সাংসদৰ পদত্যাগ

তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট ক্ৰমাগতভাৱে গভীৰ হৈ পৰিছে। এজনৰ পিছত এজন সাংসদে দলৰ পৰা পদত্যাগ কৰিছে। ১০ জুনত দলৰ ৰাজ্যসভাৰ...

Read moreDetails

পেট্ৰ’ল-ছিলিণ্ডাৰৰ পাছত এইবাৰ উৰাজাহাজৰ টিকটৰ দাম বৃদ্ধিৰ আশংকা! বিমানৰ ইন্ধনৰ মূল্য ১০ শতাংশ বৃদ্ধি

দেশৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডক সকাহ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক নতুন 'মূল্য...

Read moreDetails

পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত দুন্দাহেৰা জল শোধন প্ৰকল্পৰ নলাৰ পানীৰ নমুনাত 'ভেকচিন ডিৰাইভড পলিঅ' ভাইৰাছ' (ভি ডি পি ভি) টাইপ-১ ধৰা...

Read moreDetails

বিশ্বকাপৰ আনন্দত চেঁচা পানী ঢালিছে নেকি আমেৰিকাই? বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হ’ল ফিফাৰ মনোনীত আফ্ৰিকান ৰেফাৰীক

আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ যৌথ উদ্যোগত ১১ জুনৰ পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্বকাপৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ...

Read moreDetails

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

বিশ্ব বজাৰত খাৰুৱা তেলৰ ক্ৰমৱৰ্ধমান মূল্যবৃদ্ধি আৰু গোলকীয় অস্থিৰতাৰ সময়তে দেশবাসীলৈ সকাহ দি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।...

Read moreDetails
Page 99 of 1492 1 98 99 100 1,492

Stay Connected

Recent News