• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘দেশত একক নাগৰিক সংহিতাৰ প্ৰয়োজন’- কেন্দ্ৰক আইন আনিবলৈ উচ্চ ন্যায়ালয়ৰ প্ৰস্তাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2025 8:53 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসিত ৰাজ্যসমূহত ‘ইউনিফৰ্ম চিভিল কোড’ ৰূপায়ণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বৃহৎ পৰ্যবেক্ষণ কৰিছে। এটা গোচৰৰ ৰায়দানৰ সময়ত উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যক ইউনিফৰ্ম চিভিল কোড প্ৰণয়নৰ প্ৰস্তাৱ আগবঢ়ায়। আদালতে লক্ষ্য কৰিলে যে এই আইনখনেহে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ মূল উদ্দেশ্য কাৰ্যকৰী কৰিব পাৰিব।

এগৰাকী মুছলমান মহিলাৰ সম্পত্তি বিতৰণৰ বিবাদৰ ওপৰত ৰায়দান কৰাৰ সময়ত আদালতে ‘মুছলমান ব্যক্তিগত আইন’ৰ বিৰুদ্ধে মাত মাতিছিল। ন্যায়াধীশ সঞ্জীৱ কুমাৰে দেশৰ আইন আৰু ‘মুছলমান ব্যক্তিগত আইন’ৰ মাজত থকা বৈষম্যৰ ওপৰত আলোকপাত কৰি কয় যে হিন্দু কন্যাই সকলো বিষয়তে পুত্ৰৰ সমান আইনী অধিকাৰ লাভ কৰে। যিটো মুছলমান মহিলাই নাপায়। এনে লিংগ বিভাজন নাইকিয়া কৰি সংবিধানত সমতা ৰক্ষাৰ বাবে একেধৰণৰ নাগৰিক সংহিতাৰ প্ৰয়োজন। এই আইনখন কাৰ্যকৰী হ’লেহে দেশৰ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উদ্দেশ্য পূৰণ হ’ব। দেশৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি নাৰীৰ বিৰুদ্ধে বৈষম্য কৰাৰ কু-প্ৰৱণতাৰ অন্ত পৰিব।

Apply Now

কেৱল সেয়াই নহয়, এই গোচৰত ৰায়দান দিওঁতে আদালতে উল্লেখ কৰিছে যে আদালতে লিখিত প্ৰস্তাৱ আগবঢ়াব যাতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে তৎক্ষণাত ‘ইউনিফৰ্ম চিভিল কোড’ আইন প্ৰণয়নৰ চেষ্টা কৰে। ন্যায়াধীশগৰাকীয়ে আৰু কয় যে এই আইনখনে সংবিধানৰ ৪৪ নং অনুচ্ছেদৰ অধীনত সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত বিষয়সমূহৰ উদ্দেশ্য পূৰণ কৰিব। যিবোৰ হৈছে ন্যায়, স্বাধীনতা, সমতা, ভ্ৰাতৃত্ববোধ আৰু জাতীয় ঐক্য।

উল্লেখ্য যে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য। একাধিক নিয়মৰ লগতে এই আইনখনে সন্তানৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত সমান অধিকাৰ থকাটো নিশ্চিত কৰে। ফলত পুত্ৰ-কন্যা উভয়ে সমান অধিকাৰ লাভ কৰিব। বিবাহৰ বাবে নূন্যতম বয়স হ’ব ২১ বছৰ, যিটো ইতিমধ্যে প্ৰযোজ্য। দম্পতীয়ে নিজ নিজ সম্প্ৰদায়ৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হ’ব। অৱশ্যে বিবাহ পঞ্জীয়ন বাধ্যতামূলক। দেৱভূমিৰ পাছত আৰু দুখন বিজেপি শাসিত ৰাজ্য গুজৰাট আৰু গোৱাই এই আইনখন গৃহীত কৰাৰ উদ্যোগ লৈছে। ‘এক দেশ, এক আইন’ বাক্যাংশটো বাৰে বাৰে বিজেপিৰ শীৰ্ষ নেতাৰ মুখৰ পৰা শুনা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd