Popular Stories

হকী বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পৰিৱেশন হ’ব অসমৰ সত্ৰীয়া নৃত্য

ভুবনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অহা ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা পুৰুষৰ হকী বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত এইবাৰ পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য। উল্লেখযোগ্য যে...

Read more

বৰপেটা জিলা কংগ্ৰেছত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ; ক্ষুব্ধ দলীয় কৰ্মী

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকলৈ বৰপেটা কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ বিষোদগাৰ। আজি তাৰেই বহিঃ প্ৰকাশ ঘটিল বৰপেটা ৰাজীৱ ভৱনত। ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব...

Read more

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত ধৰাশায়ী আফ্ৰিকাৰ ফুটবল দল; ৬-২ত পৰাস্ত

চৰাইদেউৰ ৰাইজে কালি অৰ্থাৎ দেওবাৰে উপভোগ কৰিলে এখন হাই ভল্টেজ ফুটবল মেচ। অসম ৰাজ্যিক বিদুৎ পৰিষদ ফুটবল দল আৰু আফ্ৰিকাৰ পেগাচিচ...

Read more

জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা চন্দন কুমাৰ সৰকাৰৰ আজি পুৱা ৫ঃ৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ বঙাইগাঁৱৰ লৱাৰ আসাম হস্পিতেলত দেহাৱসান ঘটে। উল্লেখযোগ্য যে...

Read more

শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ; শিৱসাগৰত বিজেপি প্ৰাৰ্থীৰ মনোনয়ন বাতিল

শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ সংলগ্ন কৰি পঞ্চায়ত নিৰ্বাচনত দাখিল কৰা মনোনয়ন পত্ৰ বাতিল হ'ল এগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত...

Read more

চিকিৎসকৰ পৰা আৰক্ষী বিষয়ালৈ; এ পি এছ চিৰ অসম আৰক্ষী সেৱাৰ শীৰ্ষত ডাঃ অনুপজ্যোতি বৰা

সদ্য ঘোষিত অসম অসামৰিক সেৱা পৰীক্ষাৰ অসম আৰক্ষী সেৱাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ অসামৰিক চিকিৎসালয়ৰ আয়ুৰ্বেদিক...

Read more

বিজেপিত চলিছে লবী ৰাজনীতি; বাজিয়াগাঁও মণ্ডল বিজেপিৰ সাঃ সম্পাদকৰ পদত্যাগ

আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ পূৰ্ণগতিত চলাই থকাৰ সময়তে বিজেপিত ষড়যন্ত্ৰমূলক আৰু লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ তুলি...

Read more

দৌৰ ৰাণী হিমা দাস য়ুনিচেফ ইণ্ডিয়াৰ যুৱ এম্বেছেডৰ হিচাপে নিযুক্ত

অসমৰ গৌৰৱ দৌৰ ৰাণী হিমা দাসক য়ুনিচেফ ইণ্ডিয়াই যুৱ এম্বেছেডৰ হিচাপে নিযুক্তি দিয়া হৈছে। আজি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত য়ুনিচেফ...

Read more

পুত্ৰৰ দাবীত অতিষ্ঠ হৈ অসহায় পিতৃয়ে ল’লে চৰম সিদ্ধান্ত; গৌৰীসাগৰত শোকৰ ছাঁ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ বলীয়াঘাট পথলিয়াল গাঁৱত আজি সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঘটনা অনুসৰি আজি পুৱাই গাঁওখনৰ...

Read more

শিশু দিৱসত অসমৰ শ্ৰোতালৈ পাপন-নীলোৎপলৰ নতুন গীত উপহাৰ

শিশু দিৱস উপলক্ষে ৰাজ্যৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই সংগীতপ্ৰেমী ৰাইজৰ বাবে লৈ আহিছে নতুন অসমীয়া গান। ১৪ নৱেম্বৰত অৰ্থাৎ...

Read more
Page 1058 of 1087 1 1,057 1,058 1,059 1,087

Recent News