DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত ধৰাশায়ী আফ্ৰিকাৰ ফুটবল দল; ৬-২ত পৰাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2018 11:15 am
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত ধৰাশায়ী আফ্ৰিকাৰ ফুটবল দল; ৬-২ত পৰাস্ত

ফটো ফে'চবুকৰ পৰা সংগৃহীত।

310
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউৰ ৰাইজে কালি অৰ্থাৎ দেওবাৰে উপভোগ কৰিলে এখন হাই ভল্টেজ ফুটবল মেচ। অসম ৰাজ্যিক বিদুৎ পৰিষদ ফুটবল দল আৰু আফ্ৰিকাৰ পেগাচিচ ইন্টাৰনেশ্বনেল ক্লাবৰ মাজত চৰাইদেউৰ সাপেখাতী ষ্টেডিয়ামত উক্ত আমন্ত্ৰণমূলক ফুটবল মেচখন অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে উজনি অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উক্ত আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলখন উপভোগ কৰিবলৈ অগণন ক্ৰীড়াপ্ৰেমী লোকেৰে সাপেখাতী ষ্টেডিয়ামৰ খেলপথাৰ লোকাৰণ্য হৈ পৰে।

সাপেখাতী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হাই ভল্টেজ খেলখনত অসম ৰাজ্যিক বিদুৎ পৰিষদৰ ফুটবল দলে আফ্ৰিকাৰ পেগাচিচ ইন্টাৰনেশ্বনেল ক্লাবৰ ফুটবল দলক ৬ -২ গ’লত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে উদ্ধোধন কৰা প্ৰতিযোগিতাখনত জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd