DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বৰপেটা জিলা কংগ্ৰেছত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ; ক্ষুব্ধ দলীয় কৰ্মী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 20, 2018 9:34 pm
congress_12-570x320

প্ৰতিনিধিত্বমূলক ছবি

267
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকলৈ বৰপেটা কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ বিষোদগাৰ। আজি তাৰেই বহিঃ প্ৰকাশ ঘটিল বৰপেটা ৰাজীৱ ভৱনত। ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হৈছে জিলা কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে।

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু সাধাৰণ সম্পাদক আফতাবউদ্দিন খানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। আজি ৰাজীৱ ভৱন ঘেৰাও কৰি একাংশ ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীয়ে জিলা কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনত ৯৯ নং বাহমূৰা গাঁও পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দিতা কৰাৰ বাবে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিল হবিবৰ ৰহমানে৷ পৰৱৰ্তী সময়ত জিলা সভাপতি স্বাক্ষৰ সম্বলিত টিকটো প্ৰদান কৰা হৈছিল প্ৰাৰ্থীগৰাকীক। সেইমৰ্মে প্ৰাৰ্থীগৰাকীয়ে কালি মনোনয়ন দাখিল কৰিছিল।

ইপিনে একেটা পদতে আন এগৰাকী প্ৰাৰ্থী ৰাহুল আমিনকো টিকট প্ৰদান কৰে জিলা কংগ্ৰেছৰ দুই নেতৃত্বই। প্ৰাৰ্থী হবিবৰ ৰহমানে কৰা অভিযোগ অনুসৰি ৩ লাখ টকাৰ বিনিময়ত ৰাহুল আমিনক টিকট প্ৰদান কৰিছে জিলা কংগ্ৰেছৰ নেতৃত্বদ্বয়ে।

হবিবৰ ৰহমানে লগতে ইয়াকো কয় যে জিলা সাধাৰণ সম্পাদক আফতাবউদ্দিনে তেওঁৰ টিকটটো বাহাল ৰখাৰ বাবদ তেওঁৰ পৰাও ধন দাবী কৰিছিল। জিলা সভাপতি শান্তনু শৰ্মা আৰু সম্পাদক আফতাবউদ্দিনৰ এনে কাৰ্যত স্বাভাৱিকতে ক্ষুন্ন হৈ পৰিছে প্ৰাৰ্থী হবিবৰ ৰহমানকে ধৰি একাংশ কংগ্ৰেছ কৰ্মী।

ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে ইয়াৰ ফল আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ভুগিব লাগিব বুলিও হুংকাৰ দিয়ে।

জিলা কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন হোৱা এনে গুৰুতৰ অভিযোগ সন্দৰ্ভত কংগ্ৰেছ দলৰ ৰাজ্যিক কমিটিয়ে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd