ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে আমেৰিকাৰ মনোভাৱক ‘মহিমা’ বুলি পোনপটীয়াকৈ আক্ৰমণ কৰিছে। তেওঁ দাবী কৰে যে আমেৰিকাই বহু দিন...
Read moreDetailsদিল্লী-এনচিআৰত অঘৰী কুকুৰক ৰাজপথৰ পৰা কুকুৰ আশ্ৰয় শিবিৰলৈ স্থায়ীভাৱে স্থানান্তৰিত কৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিয়া ১১ আগষ্টৰ নিৰ্দেশ স্থগিত ৰখাৰ...
Read moreDetailsবিটিআৰৰ শাসকীয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কোকৰাঝাৰ চহৰৰ থানাপাৰাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক...
Read moreDetailsনিশাৰ আকাশ মানেই যেন এখন যাদুৰ মঞ্চ। আৰু সেই মঞ্চৰ ৰাণী নিঃসন্দেহে চন্দ্ৰ। কেতিয়াবা পূৰ্ণিমা, কেতিয়াবা অৰ্ধচন্দ্ৰ বা কাঁচিজোন- কিমান...
Read moreDetailsভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকিৰ বিষয়ে কৰা আলোচনা কৰা ১৫২ নং ধাৰাকে ধৰি বিএনএছৰ একাধিক ধাৰাত অসম আৰক্ষীয়ে...
Read moreDetailsবহুতে ঘৰ বা অফিচত কেকটাছক সজোৱা উদ্ভিদ হিচাপে ৰাখে। আপুনি জানেনে যে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা বৃহৎ! কেইবাটাও গৱেষণাৰ পৰা...
Read moreDetailsবাৰে বাৰে আপত্তিজনক মেছেজ প্ৰেৰণ, তদুপৰি হোটেললৈ মাতি ফোন কৰে! মালয়ালম অভিনেত্ৰী ৰেনী এন্নে জৰ্জে এগৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এনে...
Read moreDetailsফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে (এফ বি আই) ভাৰতত তেওঁলোকৰ "টেন মষ্ট ৱাণ্টেড ফিজিটিভছ" তালিকাৰ অন্যতম চিণ্ডী ৰড্ৰিগেজ সিঙক গ্ৰেপ্তাৰ কৰিছে।...
Read moreDetailsমমতা বেনাৰ্জীকে ধৰি বিৰোধীৰ দীৰ্ঘদিনীয়া হেঁচা্ত সমস্যৰ সমাধান হৈছে। জীৱন আৰু স্বাস্থ্য বীমা সম্পূৰ্ণ কৰমুক্ত হোৱাৰ পথত আগবাঢ়িছে। বীমা মন্ত্ৰী...
Read moreDetails‘ভোট চুৰি’ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত পালেগৈ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd