চন্দ্ৰৰ পিছত এইবাৰ সূৰ্যৰ ওপৰত ভাৰতৰ জয়। উথলি উঠিছে দেশবাসীৰ আৱেগ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে দেশৰ প্ৰথম মহাকাশ ভিত্তিক...
Read moreDetailsক্ৰিকেটৰ পথাৰৰ পৰা ৰাজনীতিলৈ গতি কৰা দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ুডু বেছিসময় নিটিকিল ৰাজনীতিৰ ক্ৰীজতো। ৰাজনীতিত যোগদানৰ দহ দিন নহওঁতেই...
Read moreDetailsৰেখা আৰু অমিতাভ বচ্চন বলীউডৰ অন্যতম চৰ্চিত যুটী। ইখনৰ পিছত সিখন হিট ছবি উপহাৰ দিয়া, হিট যুটীৰ খিতাপ পোৱা চেলিব্ৰিটি...
Read moreDetailsতিনিজন ন্যায়াধীশে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্য়ায়ালয়ত। সকলোৱে এজলাছত উপস্থিত হ’ল। সকলো পক্ষৰ অধিবক্তাও উপস্থিত। শুনানি আৰম্ভ হোৱাৰ লগে লগে...
Read moreDetailsস্বামীৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত পত্নীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হয় ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত। কিন্তু চাৰিদিন পিছত চিকিৎসালয়ৰ ভেন্টিলেটৰত থকা...
Read moreDetailsসম্পৰ্কৰ প্ৰতি পুৰুষ-মহিলা উভয়ৰে অনুভৱ আৰু আশা একে। কিছুমান অনুভূতিয়ে দুজন মানুহৰ মাজৰ বন্ধন মজবুত কৰে, কিছুমান আশাই সম্পৰ্কত ফাট...
Read moreDetailsচন্দ্ৰৰ পিছত সূৰ্য জয়ৰ পথত ভাৰত। মিছন আদিত্য এল-১ চূড়ান্ত কক্ষপথত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে। এই অভিযানৰ বাবে সাজু ইছৰো। চন্দ্ৰত...
Read moreDetailsআমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, ব্ৰিটেইনৰ ৰাজকুমাৰ এণ্ড্ৰু আৰু কেইবাজনো বিখ্যাত ব্যক্তিৰ সৈতে আমেৰিকাৰ কুখ্যাত নাৰী নিৰ্যাতনকাৰী জেফ্ৰি এপষ্টেইনৰ সম্পৰ্ক...
Read moreDetailsপ্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্য ভাৰতীয় সমাজত চিৰ অনুকৰণীয় হৈ আহিছে। ব্যক্তিৰ জীৱনৰ সৈতে জড়িত সকলোবোৰ বিষয়ৰ ওপৰতে আচাৰ্য চাণক্যই...
Read moreDetails‘আপোনালোকে য়োৱা দুবছৰে সুৰা সুৰা কেলেংকাৰী বুলি শুনিছে, কিন্তু কোনো কেলেংকাৰী হোৱা নাই, আমি সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত।... মোৰ সততাই হৈছে মোৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd