• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰৰ পিছত সূৰ্য জয়! আদিত্য-এল১ মিছনৰ ডাঙৰ আপডেট; অধীৰ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 12:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰৰ পিছত সূৰ্য জয়ৰ পথত ভাৰত। মিছন আদিত্য এল-১ চূড়ান্ত কক্ষপথত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে। এই অভিযানৰ বাবে সাজু ইছৰো। চন্দ্ৰত সফল অৱতৰণৰ পিছত এতিয়া মহাকাশ অন্বেষণৰ এক নতুন অধ্যায় মুকলি কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। লক্ষ্য এতিয়া সূৰ্যৰ পিনে। যোৱা ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত ইছৰোৰ আদিত্য-এল১ অভিযানে সূৰ্যৰ দিশে উৰা মাৰিছিল।

ভাৰতৰ প্ৰথমটো সৌৰ অভিযান ‘আদিত্য এল-১’য়ে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হ’বলৈ ওলাইছে। ৬ জানুৱাৰী শনিবাৰে সন্ধিয়া ইছৰ’ই আদিত্য এল-১ক চূড়ান্ত কক্ষপথত স্থাপন কৰিব।

আদিত্য-এল-১ লেগ্ৰেঞ্জ পইণ্ট-১ৰ চাৰিওফালে ‘হেলো অৰবিট’ত উপনীত হ’বলৈ ওলাইছে। এই বিন্দুৰ পৰা আদিত্য-এল১ য়ে সূৰ্য্যৰ বিষয়ে সঠিকভাৱে অধ্যয়ন কৰিব পাৰিব। আদিত্য-এল-১ বিন্দু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মুঠ দূৰত্বৰ মাত্ৰ ১ শতাংশ। ইছৰোৰ এজন বিষয়াই কয় যে আদিত্য এল-১ ইতিমধ্যে এল ১ পইণ্টত উপনীত হৈছে, ই ৬ জানুৱাৰীত চূড়ান্ত কক্ষপথত উপনীত হ’ব।

Apply Now

লগতে পঢ়কঃ কম বয়সীয়া নাৰী পছন্দ আছিল বিল ক্লিণ্টনৰ! নাৰী নিৰ্যাতনকাৰী এপষ্টেইনৰ নথিত চাঞ্চল্যকৰ তথ্য

বুধবাৰলৈকে আদিত্য এল-১-য়ে মহাকাশত ১২৪ দিন সফলতাৰে সম্পূৰ্ণ কৰিছে। যাত্ৰাৰ মাত্ৰ ১৬ দিনৰ ভিতৰত ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি আদিত্যই বৈজ্ঞানিক তথ্য সংগ্ৰহ আৰু সূৰ্য্যৰ ফটো তুলিবলৈ আৰম্ভ কৰে। বিজ্ঞানীসকলে এতিয়ালৈকে সৌৰ শিখাৰ আন বহুতো আভাস ধৰা পেলাইছে।

আদিত্য এল-১ত সাতটা পেলোড আছে। ইছৰোৱে যোৱা বছৰৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথমটো সৌৰ অভিযান আদিত্য-এল১ উৎক্ষেপণ কৰিছিল। এতিয়া ই নিজৰ লক্ষ্যত উপনীত হোৱাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে।

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছত এতিয়া ভাৰতে সূৰ্য জয় কৰাৰ পথত আগবাঢ়িছে। ভাৰতৰ প্ৰথমটো সৌৰ অভিযান এতিয়া নিজৰ লক্ষ্যত উপনীত হোৱাৰ অন্তিম পৰ্যায়ত। ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) এটা ডাঙৰ তথ্য দিছে। জানিব পৰা মতে অহা ৬ জানুৱাৰীত আদিত্য এল-১-এ সূৰ্যৰ এল-১ পইণ্টত প্ৰৱেশ কৰিব।

লগতে পঢ়কঃ কেপ টাউনত ঐতিহাসিক জয়েৰে টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া

ইছৰোৰ মুৰব্বী এছ. সোমনাথে কয় যে ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য এল-১ সঠিকভাৱে কাম কৰি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। ৬ জানুৱাৰীৰ সন্ধিয়া ৪ বজাত ই হেলো অৰবিট কক্ষপথত লেগ্ৰেঞ্জ-১ পইণ্টত উপনীত হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd