জ্যেষ্ঠ সাংবাদিক ললিত গগৈলৈ শ্বহীদ মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা
দীৰ্ঘকালৰ পৰা সাংবাদিকতাৰ সৈতে জড়িত স্থিতপ্ৰজ্ঞ সাংবাদিক ললিত গগৈলৈ সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ স্বীকৃতি৷ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানক...
Read moreদীৰ্ঘকালৰ পৰা সাংবাদিকতাৰ সৈতে জড়িত স্থিতপ্ৰজ্ঞ সাংবাদিক ললিত গগৈলৈ সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ স্বীকৃতি৷ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানক...
Read moreভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হিংসাত্মক কাৰ্যকলাপত জড়িত হোৱাৰ বাবে কেন্দ্ৰই বৃহস্পতিবাৰে মেঘালয়ত অৱস্থিত বিদ্ৰোহী সংগঠন হাইনিউট্ৰেপ...
Read moreবেল ফল ব্যৱহাৰ কৰি চাহৰ দৰে পানীয় তৈয়াৰ কৰাৰ অভিনৱ ধাৰণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ বহুবিষয়ক দলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।...
Read moreগৰ্ভাৱস্থা হৈছে প্ৰতিগৰাকী মহিলাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়ালৈকে প্ৰতিটো মুহূৰ্ত এগৰাকী মহিলাৰ বাবে...
Read moreকাইলৈৰ পৰা আৰম্ভ হ'ব দ্বাদশ নৰ্থ ইষ্ট ফেষ্টিভেল। ১৫ৰ পৰা ১৭ নৱেম্বৰলৈ ইণ্ডিয়া গেটৰ সমীপৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়াম...
Read more২০২৪ চনৰ ১৩ নৱেম্বৰৰ বাবে শিক্ষা সেতু পৰ্টেলত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি শূন্য হোৱাৰ পাছতে কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ...
Read moreবুলড'জাৰৰ জৰিয়তে দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে আম আদমী পাৰ্টিয়ে। আপৰ...
Read moreমানসিক অস্থিৰতা, খিংখিঙীয়া, অলস, ইচ্ছাশক্তিৰ অভাৱ, এই লক্ষণসমূহ সাধাৰণতে চিকিৎসকে ৰজোনিবৃত্তিৰ বাবেই হয় বুলি কয়। কিন্তু এইবোৰ কেৱল মহিলাৰ বাবেই...
Read moreদীঘলীপুখুৰী-নুনমাটি উৰণীয়া সেতু প্ৰকল্পৰ সংশোধিত আৰ্হিৰ বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে অসম চৰকাৰে। নতুন ডিজাইনৰ লক্ষ্য হৈছে দীঘলীপুখুৰী অঞ্চলৰ...
Read moreডি বি ষ্টক কেলেংকাৰীৰ পাছত আজি পুৱা গুৱাহাটী মহানগৰীত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ষ্টক কেলেংকাৰী। মাত্ৰ তিনি মাহতে জনসাধাৰণৰ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd