অহা জুলাইত গুৱাহাটীত অনুষ্ঠিত হ’ব ফেডাৰেচন কাপ ৰোলবল চেম্পিয়নশ্বিপ
গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অহা ১৯-২১ জুলাইত দ্বিতীয় ফেডাৰেচন কাপ ৰোলবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। অসম ৰোলবল সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখন...
Read more