• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 12:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ দ্বিতীয় বৃহত্তম টেক কোম্পানী ইনফ’ছিছে কৰ্মচাৰীসকলৰ কৰ্ম অৰু জীৱনৰ মাজত ভাৰসাম্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীয়ে সকলো কৰ্মচাৰীলৈ ইমেইলযোগে নিৰ্দেশ জাৰি কৰিছে যে তেওঁলোকে কাম শেষ কৰি সময়মতে ঘৰলৈ যাব লাগিব। সৰ্বাধিক কৰ্মৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৯ ঘণ্টা ১৫ মিনিট। যদি কৰ্মচাৰীয়ে এই নিৰ্ধাৰিত সময়তকৈ অধিক কাম কৰে, তেন্তে তেওঁলোকলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হ’ব। এই নীতিয়ে ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ সপ্তাহৰ ৭০ ঘণ্টাৰ কৰ্মসময় নীতিৰ বিপৰীতে এক নতুন দিশৰ সূচনা কৰিছে।

উল্লেখ্য যে নাৰায়ণ মূৰ্তিয়ে বাৰে বাৰে যুৱক-যুৱতীসকলক সপ্তাহত ৭০ ঘণ্টা কাম কৰাৰ পৰামৰ্শ দি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁৰ এই মন্তব্যক ‘অবাধ্য দাসত্ব’ বুলি সমালোচনা কৰা হৈছিল। যোৱা বছৰৰ নৱেম্বৰত চিএনবিচিৰ গ্ল’বেল লিডাৰশ্বিপ ছামিটত ৭৮ বছৰীয়া মূৰ্তিয়ে কৈছিল, “এই কথা মই মোৰ কবৰলৈ লৈ যাম।” তেওঁ ১৯৮৬ চনত ভাৰতত কৰ্মসপ্তাহ ছয় দিনৰ পৰা পাঁচ দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ প্ৰতি হতাশা প্ৰকাশ কৰি কৈছিল যে তেওঁ এই পৰিৱৰ্তন কেতিয়াও মানি ল’ব নোৱাৰি।

Apply Now

কিন্তু তেওঁৰ বক্তব্যৰ বিপৰীতে ইনফ’ছিছে এতিয়া কৰ্মচাৰীৰ স্বাস্থ্য আৰু মানসিক সুস্থতাৰ প্ৰতি গুৰুত্ব দি এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। কোম্পানীয়ে এক স্বয়ংক্ৰিয় ব্যৱস্থাৰ জৰিয়তে কৰ্মচাৰীৰ কৰ্মৰ সময় নিবিড়ভাৱে নিৰীক্ষণ কৰিব। এই ব্যৱস্থাত সৰ্বাধিক কৰ্মদিন, মুঠ কৰ্মঘণ্টা, আৰু দৈনিক গড় সময়ৰ তথ্য সংগ্ৰহ কৰা হ’ব। যদি কোনো কৰ্মচাৰীয়ে ৯ ঘণ্টা ১৫ মিনিটৰ অধিক কাম কৰে, তেন্তে তেওঁলোকক সতৰ্কবাণী জাৰি কৰা হ’ব। ৫ দিনলৈ সীমিত কৰা হৈছে কৰ্মসপ্তাহ।

বৰ্তমান ইনফ’ছিছৰ ৩,২৩,৫০০ কৰ্মচাৰী আছে। কোম্পানীৰ এইচআৰ বিভাগে এই নতুন ব্যৱস্থাৰ জৰিয়তে কৰ্মচাৰীৰ অতিৰিক্ত কৰ্মঘণ্টাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। ২০২৩ চনৰ নীতি অনুসৰি, কৰ্মচাৰীসকলে মাহত কমেও ১০ দিন কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। কৰাৰ মূল লক্ষ্য হৈছে কৰ্মচাৰীৰ স্বাস্থ্য আৰু কৰ্ম-জীৱনৰ ভাৰসাম্যক অগ্ৰাধিকাৰ দি কোম্পানী আৰু কৰ্মচাৰী উভয়ৰে ব্যৱসায়িক সফলতা নিশ্চিত কৰা বাবে ইমেইলযোগে কোম্পানীয়ে জনাইছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd