শীর্ষ সংবাদ

সীতাৰ মুখত চিগাৰেট, অশ্ৰাব্য গালি : ৰামলীলা বিকৃত কৰি গ্ৰেপ্তাৰ অধ্যাপক-শিক্ষাৰ্থী

আধুনিকতাৰ নামত ভাৰতৰ পৌৰাণিক মহাকাব্যৰ ৰামায়ণ আধাৰিত ‘ৰামলীলা’ প্ৰদৰ্শন কৰিবলৈ গৈ মহাকাব্যখনৰ চৰিত্ৰ বিকৃত কৰিলে অধ্যাপক আৰু শিক্ষাৰ্থীয়ে। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত...

Read moreDetails

বিজেপি চৰকাৰ মাথো ইভেন্ট মেনেজমেণ্ট আৰু এটেনচন মেনেজমেণ্টৰ চৰকাৰ – সাংসদ গৌৰৱ গগৈ। 

লোকসভাৰ বিৰোধী উপ দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে ৰাষ্ট্রপতিৰ অভিভাষণৰ সম্পৰ্কত লোকসভাত এক মনোগ্রাহী আৰু উদাত্ত ভাষণ প্ৰদান কৰে। বিশেষকৈ...

Read moreDetails

বিবাহৰ বাবে বিচাৰি পোৱা নাই পাত্ৰী, আৰক্ষীকেই দায়িত্ব দিলে ডাংবৰলাই

বিবাহৰ বয়স পাৰ হৈ গৈছে। বন্ধুবৰ্গৰ পৰা আত্মীয়লৈকে, সকলোকে কইনা বিচাৰিবলৈ কোৱা হৈছে। কোনেও বিচৰা বিচাৰি পোৱা নাই কইনা ।...

Read moreDetails

ভাৰতীয় দূতাবাসৰ পৰা ফাদিল কৰিছিল গোপন তথ্য; গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

বিফল হ’ল পাকিস্তানৰ চক্ৰান্ত। দেশৰ মাটিৰ পৰা ধৰা পৰিল এজন পাকিস্তানী চোৰাংচোৱা। উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা এজন পাকিস্তানী আই এছ...

Read moreDetails

পশ্চিমবংগত কংগ্ৰেছক এলাগী! অসমত তৃণমূলৰ সৈতে আসন ভাগ-বতৰা পুনৰ্বিবেচনা কৰিব প্ৰদেশ কংগ্ৰেছে

তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত আসন ভাগ-বতৰা সন্দৰ্ভত কংগ্ৰেছৰ সৈতে আলোচনাৰ দুৱাৰ বন্ধ কৰি দিছে। অৱশ্যে কংগ্ৰেছ দলৰ মুখপাত্ৰ জয়ৰাম...

Read moreDetails

বিজেপিয়ে খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি নি পুঁজিপতিক দান কৰে : ঝাৰখণ্ডত ৰাহুল গান্ধী

শনিবাৰে ২১ দিনত প্ৰৱেশ কৰিলে কংগ্ৰেছৰ ভাৰত জুড়ো ন্যায় যাত্ৰাই। ২১ দিনৰ দিনা  ঝাৰখণ্ডৰ দেওঘৰত প্ৰৱেশ কৰিলে ৰাহুল গান্ধীয়ে।  উল্লেখ্য...

Read moreDetails

‘স্বামীৰ উপাৰ্জনক লৈ কৰা কটুক্তি মানসিক নিৰ্যাতন যাৰ ফলত হ’ব পাৰে বিবাহ বিচ্ছেদ’-উচ্চ ন্যায়ালয়

পত্নীৰ নিষ্ঠুৰতাৰ বাবে বিবাহিত দম্পতীক প্ৰদান কৰা বিবাহ বিচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে স্বামীক তেওঁৰ আৰ্থিক...

Read moreDetails

এটা নেমুৰ দাম ১.৪৮ লাখ টকা! কি আছে বিশেষ নেমুটোত? কিয় ইমান দামত বিক্ৰী হ’ল?

এটা নেমুৰ দাম ১.৪৮ লাখ টকা! ২০-৩০ টকীয়া নেমুৰ দাম ইমান দামী কেনেকৈ হ’ব পাৰে? আপুনি কেতিয়াবা ভাবিছেনে? এইটো সম্ভৱনে?...

Read moreDetails

কি হ’ব? যদি পৃথিৱীখন ১ ছেকেণ্ডৰ বাবে ঘূৰিবলৈ বন্ধ কৰি দিয়ে!

পৃথিৱীখন নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থাকে। ২৪ ঘণ্টাত এবাৰ সম্পূৰ্ণ পৰিক্ৰমা কৰে। এই ২৪ ঘণ্টাত দিন ৰাতি ঘটে। এইদৰে পৃথিৱীখন...

Read moreDetails

মুখ্যমন্ত্ৰীৰ সৈতে সংঘাত! পদত্যাগ পঞ্জাৱৰ ৰাজ্যপালৰ, দেখুৱালে ব্যক্তিগত কাৰণ

পঞ্জাৱৰ ৰাজ্যপাল বানোৱৰীলাল পুৰোহিতে পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ ব্যক্তিগত কাৰণত আৰু আন কিছুমান বাধ্যতামূলক...

Read moreDetails
Page 1709 of 5930 1 1,708 1,709 1,710 5,930

Stay Connected

Recent News