DMCA.com Protection Status

শীর্ষ সংবাদ

নাম্বাৰপাৰাত অজগৰ উদ্ধাৰ : প্ৰকৃতি প্ৰেমী ৰাইজে গতাই দিলে বন বিভাগক

শুকুৰবাৰে বঙাইগাঁও জিলাৰ কোকিলাৰ নিকটৱৰ্তী নাম্বাৰপাৰাত এজন লোকে কৰায়ত্ব কৰিলে বৃহৎ আকাৰৰ এটা অজগৰ সাপ। নাম্বাৰপাৰাৰ লালচান নামৰ লোক জনে...

Read more

নাগৰিকত্ব বিধেয়ক : আজি গুৱাহাটীত প্ৰতিবাদ সাৱ্যস্ত কৰিব নেছ’ৱে

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ উমৈহতীয়া মঞ্চ নেছ’ৱে বৃহস্পতিবাৰে শ্বিলঙত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰাৰ পিছত শুকুৰবাৰে নে’ছৰ নেতাসকল গুৱাহাটীত মিলিত হয়।...

Read more

হিন্দু বাংলাদেশীৰ সপক্ষে কংগ্ৰেছৰ গগৈৰ কেবিনেটে লৈছিল সিদ্ধান্ত : পাটোৱাৰী

অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত এক সংবাদমেলত তদানীন্তন কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা ধৰ্মীয় বৈষম্যৰ বলি হৈ...

Read more

মুক্তিৰ বাবে সাজু উত্তৰ-পূৰ্বাঞ্চলৰ ডেনী ডেনজংপা, গীতাঞ্জলি থাপা আৰু আদিল হুছেইন অভিনীত ‘বায়’স্কোপৱালা’

ডেনী ডেনজংপা, গীতাঞ্জলি থাপা, টিস্কা চোপ্ৰা আৰু আদিল হুছেইন অভিনীত দেব মেধেকাৰৰ ছবি ‘বায়’স্কোপৱালা’ অহা ২৫ মে’ত মুক্তিৰ বাবে সাজু...

Read more

এন আৰ চিৰ নথি পৰীক্ষণ : নাওবৈচাৰ হুছেইন আলীৰ বংশবৃক্ষত ৯৫০ জন

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ মাজতে নথি পৰীক্ষণ প্ৰক্ৰিয়াত কিছু আমোদজনক তথ্য প্ৰকাশ পাবলৈ লৈছে। তেনে এক...

Read more

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অগপৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবীত অসম গণ পৰিষদ দলে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত জোঁৰ সমদল কৰি প্ৰতিবাদ সাৱ্যস্ত...

Read more

নমিতা দলে কলিতাৰ আত্মহত্যাৰ ঘটনাত আৰক্ষী বিষয়াৰ নাম জড়িত কৰাতো উদ্দেশ্য প্ৰণোদিত : বোকাখাত আৰক্ষী

বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই বৃহস্পতিবাৰে আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদ মেল যোগে বোকাখাতৰ কল্যাণ আশ্ৰমৰ চৌহদত...

Read more

ব্যক্তিগতখণ্ডৰ অধীনলৈ নাযায় অসমৰ ঐতিহ্যক্ষেত্ৰ : পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘোষণা

‘এডপ্ট এ হেৰিটেজ’ আঁচনিৰ অধীনত ৰাজ্যৰ এতিহ্যক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়াক লৈ সৃষ্টি হোৱা প্ৰবল প্ৰতিবাদ- বিক্ষোভৰ ওচৰত...

Read more

মণিপুৰত ম’ৰেত ৩.৬২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ আছাম ৰাইফলছৰ

নিষিদ্ধঘোষিত সামগ্ৰী চোৰাংভাৱে সৰবৰাহ কৰাৰ ঘাটি হিচাপে পৰিচিত ভাৰত- ম্যানমাৰৰ সীমান্তৰ মণিপুৰৰ ম’ৰেত ৰাজহ চোৰাংচোৱা আৰু আছাম ৰাইফলছৰ এটা দলে...

Read more
Page 4433 of 4579 1 4,432 4,433 4,434 4,579

Recent News