• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লাৰ ছিণ্ডিকেট বন্ধ কৰাৰ হুংকাৰ মন্ত্ৰী চুম’ ৰংহাঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 8:44 am
11-05-18 Guwahati- Sum Ronghang press meet (1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা কয়লাৰ ছিণ্ডিকেট বন্ধ কৰাৰ  হুংকাৰ দিছে পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ তথা খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ নৱ নিযুক্ত মন্ত্ৰী চুম’ ৰংহাঙে। শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত কৰা এখন সংবাদমেলত ৰংহাঙে কয় যে ৰাজ্যত থকা ডাঙৰ ডাঙৰ কয়লা ক্ষেত্ৰসমূহৰ কৰ্তৃত্ব ক’ল ইণ্ডিয়া লিমিটেডৰ হাতত থাকে। কেৱল সৰু সৰু কয়লা ক্ষেত্ৰসমূহৰ ওপৰতহে ৰাজ্য চৰকাৰৰ ক্ষমতা থাকে।

উমৰাংছ’ত তিনিটা কয়লা ক্ষেত্ৰ বিধিগতভাৱে খনন হোৱাৰ বাদে আন সকলো কয়লা ক্ষেত্ৰত চোৰাংভাৱে খনন চলি থাকে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।মন্ত্ৰী চুম’ ৰংহাঙে কয় যে অবৈধ কয়লা খনন বন্ধ কৰা হ’ব আৰু এই কয়লা ক্ষেত্ৰসমূহ বিধিগতভাৱে খনন কৰি ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰা হ’ব।

Apply Now

খনি আৰু খনিজাত সামগ্ৰী বিভাগটো সৰু বিভাগ, এই বিভাগটোৰ কাৰ্যালয় ৰাজ্যত এটাই আছে। তাতো প্ৰায় ৫০ শতাংশ পদ খালী হৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰী ৰংহাঙে কয় যে চলিত বৰ্ষত বিভাগটোৰ বাবে মাত্ৰ সাত কোটি টকাহে ধাৰ্য কৰা হৈছে।

আনহাতে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি সদয় হৈ ৰয়েল্টি মুকলি কৰি ৰাজ্যৰ উন্নয়নৰ পথ প্ৰশস্ত কৰিছে বুলি কেন্দ্ৰক প্ৰশংসা কৰি আহিছে যদিও সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ খাৰুৱা তেলৰ ৰয়েল্টি আদায় কৰিব পৰা নাই।

অইলৰ পৰা ৪৯০২ কোটি আৰু অ’ এন জি চিৰ পৰা ১৪০৪ কোটি মুঠ ৬৩০৬ কোটি টকা ৰয়েল্টি পাবলৈ বাকী আছিল। ২০১৭-১৮ বৰ্ষত ৬৭০ কোটি টকা ৰয়েল্টি আদায় পালে যদিও এতিয়াও ৫৬৩৬ কোটি টকাৰ ৰয়েল্টি অসমে পাবলৈ বাকী আছে। পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ লগতে খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ দায়িত্ব লাভ কৰা নৱনিযুক্ত মন্ত্ৰী চুম’ ৰংহাঙে শুকুৰবাৰে ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰয়েল্টি পাবলৈ বাকী থকাৰ তথ্য প্ৰকাশ কৰে।

মন্ত্ৰী চুম’ ৰংহাঙে লাভ কৰা আনটো পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ বিষয়ে উল্লেখ কৰি কয় যে এই বিভাগটোৰ অধীনত মাত্ৰ তিনিখন জিলাহে আছে। আন জিলাৰ বাবে এই বিভাগটোৰ কোনোধৰণৰ কাম নাই। তেওঁ কয় যে এই বিভাগটোত আছে মাত্ৰ সাতজন কৰ্মচাৰী। ৰংহাঙৰ বক্তব্যত শুকুৰবাৰে অসন্তুষ্টিৰ কথা স্পষ্ট হৈ পৰে।

তেওঁ কয় যে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ অধীনত থকা কাৰ্বি আংলঙলৈ এই বছৰ আবণ্টিত পুঁজিৰ পৰিমাণ ৩৭৪.২৫ কোটি আৰু উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ পুঁজিৰ পৰিমাণ ১৬১.৩৯ কোটিৰে মুঠ ৫৩৫.৬৪ কোটি টকা। এই পুঁজি স্বায়ত্ত পৰিষদ দুখনলৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আক্ষেপেৰে কয় যে বিভাগটোৱে মাত্ৰ পুঁজি ব্যয়ৰ নিৰীক্ষণ কৰাৰ লগতে ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ দৰে কামবোৰহে কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm
ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

July 11, 2026 6:08 pm
জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

July 11, 2026 4:57 pm
সংজ্ঞাহাৰক বেজী দিয়াৰ পিছতে মৃত্যু ১৮ মহীয়া শিশুৰ : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ অভিভাৱকৰ

সংজ্ঞাহাৰক বেজী দিয়াৰ পিছতে মৃত্যু ১৮ মহীয়া শিশুৰ : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ অভিভাৱকৰ

July 11, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm
ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

July 11, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd