DMCA.com Protection Status

শীর্ষ সংবাদ

সুদীৰ্ঘ ১৫ বছৰ মুখ্য মন্ত্ৰী হোৱাৰ পিছত বিৰোধী দলক নেতৃত্ব দিয়াৰ বাবে সাজু মাণিক সৰকাৰ

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰ ৰাজখনৰ নৱগঠিত বিধান সভাখনত বিৰোধী দলৰ নেতা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে...

Read more

নিম্ন সদনত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানৰ প্ৰসংগ উত্থাপন ৰমেন ডেকাৰ

অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ দাবী...

Read more

এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰিত সোণৰ পদক জিনিলে ওদালগুৰিৰ প্ৰমিলা দৈমাৰীয়ে

থাইলেণ্ডৰ বেংককত হৈ থকা এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰি প্ৰতিযোগিতাৰ ৰিকাৰ্ভ শাখাত সোণৰ পদক জয় কৰিছে অসমৰ ওদালগুৰিৰ আৰ্চাৰ প্ৰমিলা...

Read more

বিটিএডিত অ-জনজাতিৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত ওদালগুৰিত বিশাল প্ৰতিবাদী সমদল

বিটিএডিৰ বিভিন্ন অংশত বিটিএডিত বাস কৰা অ-জনজাতি লোকসকলৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত আয়োজন কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে...

Read more

মূৰ্তি ভঙাত জৰিতসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা : প্ৰধান মন্ত্ৰী মোদী

ত্ৰিপুৰাত লেনিনৰ মূৰ্তি ভঙাৰ পিছৰে পৰা দেশজুৰি হোৱা প্ৰতিক্ৰিয়া আৰু অন্যান্য কিছু ঠাইতো বিভিন্ন নেতাৰ মূৰ্তি ক্ষতিসাধনৰ ঘটনা ঘটাৰ পিছত...

Read more

মণিপুৰ এন পি এফ নাগালেণ্ডৰটোতকৈ পৃথক দল বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য খাৰিজ জেলিয়াঙৰ

অসমৰ মন্ত্ৰী তথা বিজেপি নেতৃত্বাধীন নেদা (North East Democratic Alliance)ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ এন পি এফ (Naga People’s...

Read more

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত ল’ব ৰিঅ’ই : এনপিপিৰ সমৰ্থন প্ৰত্যাহাৰ

নেইফিউ ৰিঅ’ নেতৃত্বাধীন পীপলছ ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰখনে বৃহস্পতিবাৰে কোহিমাৰ স্থানীয় খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব। তেওঁ নাগা...

Read more

ত্ৰিপুৰাত লেনিনৰ প্ৰতিমূৰ্তি বগৰাই পেলোৱাক লৈ বাওঁ গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

ত্ৰিপুৰাত সদ্য সমাপ্ত নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে চৰকাৰ গঠন হোৱাৰ পূৰ্বেই বিজেপিৰ কৰ্মীসকলে চূড়ান্ত ফেচিবাদী মানসিকতা প্ৰদৰ্শন কৰি ৰাজ্যখনত...

Read more

দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিত চলি আছে ৭০৯ কোটি টকাৰ ব্যাপক কেলেংকাৰী : অখিল গগৈ

"দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা বিজেপি চৰকাৰৰ দিনতে এটাৰ পিছত অন্য এটা দুৰ্নীতি চলি আছে। দক্ষিণ পূব গুৱাহাটীৰ পানী...

Read more
Page 4524 of 4587 1 4,523 4,524 4,525 4,587

Recent News