• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিম্ন সদনত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানৰ প্ৰসংগ উত্থাপন ৰমেন ডেকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 10:58 am
BJP MP Ramen Deka

সাংসদ ৰমেন ডেকাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ দাবী সমূহ পূৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে জনগোষ্ঠীকেইটাৰ লোকসকলৰ মাজত অব্যাহত আছে নানা ক্ষোভ-অসন্তুষ্টি। এনে সময়তে বুধবাৰে বিজেপি সাংসদ ৰমেন ডেকাই নিম্ন সদনৰ মজিয়াত কলিতা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ প্ৰসংগ উত্থাপন কৰা দেখা গ’ল।

মঙলদৈৰ সাংসদ ডেকাই কালি লোকসভাৰ মজিয়াত সদনৰ ৩৭৭ নং বিধিৰ অধীনত কলিতা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ বিষয়টো উত্থাপন কৰি বিষয়টো কেন্দ্ৰীয় চৰকাৰক অৱগত কৰায়।

Apply Now

এই বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি ডেকাই কয় যে- কলিতাসকল হ’ল অসমৰ হিন্দু ধৰ্মালম্বী খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোকৰ নিজা ভাষা আৰু সংস্কৃতি আছে। কলিতাসকল প্ৰাচীন কালৰে পৰা কৃষি কৰ্মৰ লগত জড়িত। অসমীয়া সমাজ, সংস্কৃতি তথা ঐতিহ্য নিৰ্মাণৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

তেওঁ আৰু কয় যে ৰাজ্যখনৰ জনগাঁথনি পৰিৱৰ্তন তথা অন্য সামাজিক চাপৰ বাবে কলিতা জনগোষ্ঠীৰ লোকসকলে নিজৰ পৰিচয়ৰ সংকটত ভুগিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে সাংসদগৰাকীয়ে কলিতা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ সদনত অনুৰোধ জনায়।

উল্লেখ্য যে কলিতা জনগোষ্ঠীয়ে বিগত বহু দিনৰে পৰা জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছিল যদিও আজি পোন প্ৰথমবাৰৰ বাবে এই বিষয়টো সদনৰ মজিয়াত সাংসদ ডেকাৰ জৰিয়তে উত্থাপন হোৱাৰ পিছতেই বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰা দেখা গৈছে।

আনহাতে সাংসদ ডেকাই এই বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত অহা দুমাহৰ ভিতৰত উত্তৰ দিব বুলিও জানিবলৈ দিয়ে।

কালি সদনত জনজাতিকৰণৰ প্ৰশ্ন উত্থাপন কৰা প্ৰসংগত কলিতা জনগোষ্ঠীৰ লোকসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিবাচক ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd