DMCA.com Protection Status

শীর্ষ সংবাদ

মাতৃতান্ত্ৰিক ৰাজ্য মেঘালয়ত এইবাৰ নাই কোনো মহিলা মন্ত্ৰী

এখন মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ৰাজ্য মেঘালয়ত অন্তৰ্ভুক্ত নহ'ল এগৰাকী মহিলা মন্ত্ৰী। শুনিবলৈ আচৰিত যেন লাগিলেও এইটোৱে সত্য। এই কথাটোৱে বহুতকে...

Read more

অসমত বিএছএনএলে আৰম্ভ কৰিব ফ’ৰ জি আৰু ৱাইফাই হটস্পট সেৱাসমূহ

টেলিকম বিভাগৰ সহযোগত অসমত নিজৰ গ্ৰাহকসকলক ফ’ৰ জি সেৱা আগবঢ়াবলৈ সাজু হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএলে। গুৱাহাটীত অনুষ্ঠিত...

Read more

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিজ্ঞানৰ গৱেষণাৰ বাবে পূঁজি গঠন বিশিষ্ট বিজ্ঞানীৰ

অধ্যাপক অনিল কুমাৰে দান কৰা ৫০,০০০ টকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত  বিজ্ঞানৰ গৱেষণাৰ বাবে এটা পূঁজি গঠন কৰা হৈছে।, এফ এন এ,...

Read more

দৰমহা বৃদ্ধিৰ দাবীত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ প্ৰতিবাদ

বিধান সভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে আজি সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি ও সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ...

Read more

ত্ৰিপুৰাত শান্তি-শৃংখলা অটুট ৰাখিবলৈ ৰাজ্যপালক অনুৰোধ ৰাজনাথ সিঙৰ

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰিবলৈ কালি গৃহমন্ত্ৰণালয়ে ৰাজ্যপাল তথাগত ৰয় আৰু...

Read more

ত্ৰিপুৰাত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বাওঁপন্থী দল পৰাজিত হোৱাৰ পাছতে ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে দেশৰ ঠায়ে ঠায়ে...

Read more

অষ্ট্ৰেলিয়াত কমনৱেলথ গে’মছলৈ অসমৰ তৰুণী দৌৰবিদ হিমা দাস, নিৰ্ধাৰিত সময়তকৈও কম সময়ত সম্পূৰ্ণ কৰিলে দৌৰ

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা কমনৱেলথ গে’মছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৮ বছৰীয়া দৌৰবিদ হিমা দাস। ভাৰতৰ এথলেটিক ফেডাৰেশ্বনে পাঞ্জাবৰ পাটিয়ালাত...

Read more

বিটিএ’ডি বন্ধত চিৰাঙত ঘাইপথ অৱৰোধকাৰী আক্ৰাছু সমৰ্থকক আৰক্ষীৰ লাঠী, ৰবৰ গুলী চালনা; আহত ৪৫ গৰাকী

বিটিএ’ডিৰ চিৰাং জিলাৰ চিদলিত ৩১চি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা আক্ৰাছু কৰ্মী আৰু সমৰ্থকক আঁতৰাবলৈ আৰক্ষীয়ে কৰা লাঠী আৰু ৰবৰ গুলীচালনাত...

Read more

বি টি এ’ ডি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ওদালগুৰিত : বন্ধ সমৰ্থক আৰু এবছু কৰ্মীৰ মাজৰ উখনা-উখনিত আহত তিনিজন

বি টি এ’ ডিত অজনজাতীয় লোকৰ ভূমি অধিকাৰক লৈ শংকা প্ৰকাশ কৰি পাঁচটা অনা বড়ো ছাত্ৰ সংগঠনৰ ঐক্যমঞ্চই আজি মঙলবাৰে...

Read more

বিটিএ’ডি বন্ধত ভয়ানক হিংসা : কোকৰাঝাৰত পে’ট্ৰল ঢালি জুই দিলে অট’চালকৰ গাত

বিটিএ’ডিত অজনজাতীয় লোকৰ ভূমি অধিকাৰক লৈ শংকা প্ৰকাশ কৰি কেইটামান অনা বড়ো ছাত্ৰ সংগঠনে আজি মঙলবাৰে আহ্বান জনোৱা বিটিএ’ডি বন্ধত...

Read more
Page 4525 of 4587 1 4,524 4,525 4,526 4,587

Recent News