• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰমহা বৃদ্ধিৰ দাবীত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2018 1:18 pm
মধ্যাহ্ন ভোজন
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধান সভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে আজি সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি ও সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীত দিচপুৰ লাষ্টগেটত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে মধ্যাহ্ন ভোজন ৰান্ধনিৰ লগতে সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীত বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বৰ্তমান লৈকে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰা নকৰাৰ বাবেই তেওঁলোকে আজি পুনৰ প্ৰতিবাদত বহা বুলি জানিবলৈ দিয়ে।

Apply Now

সন্থাৰ সম্পাদিকা জাহানাৰা বেগমে নৰ্থ ইষ্ট নাওক জানিবলৈ দি কয়, “২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰাই আমি মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কাম কৰি আহিছো। বিগত কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ সময়ছোৱাত সময়ে সময়ে বিভিন্ন প্ৰতিবাদ কৰি অহাৰ পিছতো কোনো এখন চৰকাৰে আমাৰ দৰমহা বৃদ্ধিৰ দাবী মানি লোৱা নাই।”

ইয়াৰ উপৰি তেওঁ দুখ প্ৰকাশ কৰি কয় “চৰকাৰে আমাক আমাৰ ন্যায্য দাবীৰ পৰা বঞ্চিত কৰি আহিছে। আজিৰ যুগত ১০০০ টকাৰে এটা পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয়।”

এই সন্দৰ্ভত সম্পাদিকাগৰাকীয়ে অনতি পলমে তেওঁলোকৰ দৰমহা ১০০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী তোলে।

বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰন্ধাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ নখ, দাঁত চাফা কৰা, বাচন-বৰ্তন ধুৱা আদি কামতো তেওঁলোকক ব্যৱহাৰ কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে।

তদুপৰি ৰন্ধা-বঢ়াৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ বজাৰ কৰাৰ দায়িত্ব শিক্ষকৰ পৰিৱৰ্তে ৰান্ধনীসকলক গটাই দিয়াৰ বাবেও তেওঁলোকে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰৰ ওচৰত দাবী জনায়।

উল্লেখ্য যে ডি. ই.এছ .পি./৮/৯৫-৯৬ পি-৪/৩০-০৫-০৯ তাং ১৩/১২/০৪ ৰ জাননীৰ জৰিয়তে এই ৰান্ধনী-সহায়িকাসকলক কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি প্ৰদান কৰা হৈছিল।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ অন্তত কামৰূপ জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখনস্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd