DMCA.com Protection Status

শীর্ষ সংবাদ

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞান, গণিতৰ প্ৰশ্নকাকত আগতেই হৈছিল ‘ফাদিল’ : গোৱালপাৰাৰ বেচৰকাৰী বিদ্যালয়লৈ সন্দেহৰ আঙুলি

চলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিস্ফোৰক অভিযোগ...

Read more

বিটিচিৰ ভূমিনীতিৰ বিৰুদ্ধে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত  কোচ ৰাজবংশী ,আদিবাসী, নাথ যোগী আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ ছাত্ৰ সংগঠনে  আহবান...

Read more

ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ নিশ্চিতি প্ৰদান ফুটবল তাৰকা বাইচুং ভূটীয়াৰ

তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছত সৰ্বত্ৰ সৃষ্টি হোৱা চৰ্চা আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ছিকিমৰ সক্ৰিয় ৰাজনীতিত যোগদানত নিশ্চিতি দিলে...

Read more

বিধানসভাৰ অধ্যক্ষৰ সৈতে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ আলোচনা: উপস্থিত নাথাকিল শিক্ষামন্ত্ৰী

কালি বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে শিক্ষক কৰ্মচাৰী সকলৰ হোৱা আলোচনাত শিক্ষা মন্ত্ৰীগৰাকী উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ...

Read more

ত্ৰিপুৰাত গেৰুৱা বাহিনীৰ সমৰ্থকে ভাঙিলে লেনিনৰ প্ৰতিমূৰ্তি  

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ৪৮ ঘণ্টা পাছতেই ৰাজ্যখনত দেখা গ’ল এটা অদ্ভুট ঘটনা। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী তথা...

Read more

মেঘালয়ৰ ১২সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই

মঙলবাৰে শ্বিলঙস্থিত ৰাজভৱনত  মেঘালয়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত...

Read more

মেঘালয়ত আনৰ সহায়ত অন্যায়ভাৱে ক্ষমতা দখল কৰিছে বিজেপিয়ে:ৰাহুল

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত মাত্ৰ দুখন আসন লাভ কৰিয়েই মেঘালয়ত চৰকাৰ গঠন কৰা বিজেপিক ক্ষমতালোভী আখ্যা দি জনাদেশক অৱমানা কৰা...

Read more

ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিলে বঙাইগাঁও আৰু বৰপেটা জিলাৰ বিভিন্ন অঞ্চল

সোমবাৰে নিশা অহা বতাহ-ধুমুহাৰ ফলত নামনি অসমৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱা দেখা যায়। ঠিক সেইদৰে বঙাইগাঁও আৰু বৰপেটা জিলাৰ...

Read more

বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে ৰঙিয়াত ছাত্ৰ-ছাত্ৰীৰ হিয়াভগা কান্দোন

ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বনগাঁৱত অৱস্থিত বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুল ত সোমবাৰে শৈক্ষিক কাৰ্যক্ৰমণিকাৰ পৰিৱৰ্তে দেখা গ’ল এক...

Read more

বি টি এ’ ডিত চৰকাৰে ৰহস্যজনকভাৱে বাঢ়িবলৈ দিছে সাম্প্ৰদায়িক উত্তেজনা : অজনজাতীয়ৰ ভূমি অধিকাৰক লৈ উৰ্খাও গৌড়া ব্ৰহ্ম

বি টি এ’ ডিত ‘ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে বিভিন্ন মহলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে’  আৰু ‘চৰকাৰে ৰহস্যজনকভাৱে এই উত্তেজনা...

Read more
Page 4526 of 4587 1 4,525 4,526 4,527 4,587

Recent News