DMCA.com Protection Status

শীর্ষ সংবাদ

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্যৰূপে ঘোষিত অধ্যাপক ৱিনোদ কুমাৰ জৈন

তেজপুৰ বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য্য হ’ল অধ্যাপক ৱিনোদ কুমাৰ জৈন। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জৈনক ৫ বছৰৰ বাবে...

Read more

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেন্সাৰ প্ৰতিষ্ঠানৰ প্ৰথম বৰ্ষপূৰ্তি বক্তৃতা প্ৰদান কৰিব মুম্বাইৰ টাটা মে’মৰিয়েলৰ প্ৰাক্তন সঞ্চালক ডঃ পি বি দেশায়ে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কেন্সাৰ প্ৰতিষ্ঠানৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে প্ৰতিষ্ঠানটোৱে বিশেষ বক্তৃতানুষ্ঠান, চিকিৎসা শিক্ষা কৰ্মশালা আৰু এটা কেন্সাৰ সজাগতা দৌৰৰ...

Read more

খিলঞ্জীয়া লোকৰ ওপৰত কৰা ‘চৰকাৰী উচ্ছেদ’ৰ বিৰুদ্ধে দিচপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট

'জাতি-মাটি-ভেটি সুৰক্ষাৰ স্বাৰ্থ আগত ৰাখি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ প্ৰকৃত থলুৱাক উচ্ছেদ কৰি খেদি পঠিওৱাৰ ষড়যন্ত্ৰত...

Read more

অৰুণাচলত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে দৰ্জী খাণ্ডু সভা কেন্দ্ৰ-সচিবালয়

এদিনীয়া ভ্ৰমণসূচীৰে আজি অৰুণাচলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইটানগৰত দৰ্জী খাণ্ডু ৰাজ্যিক সভা কেন্দ্ৰ আৰু সচিবালয় ভৱন আনুষ্ঠানিকভাৱে মুকলি...

Read more

১৮ ফেব্ৰুৱাৰিৰ পৰা নগাঁৱৰ মিছাত শিৰিষ মহোৎসৱ

চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এপিপিএল ফাউণ্ডেশ্যনে বিগত বৰ্ষসমূহৰ এইবাৰো অয়োজন কৰিছে শিৰিষ মহোৎসৱৰ।এইবাৰ অহা ১৮ ফেব্ৰুৱাৰিত নগাঁও...

Read more

চাকমা-হাজং শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বিৰুধিতা অৰুণাচল প্ৰদেশ ছাত্ৰ সংস্থাৰ

চাকমা-হাজং শৰণাৰ্থী সকলক নাগৰিকত্ব প্ৰদান তথা তিব্বতীয়ান পুনৰসংস্থান আঁচনি ২০১৪ কাৰ্যকৰী কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সংস্থা...

Read more

দিছপুৰ ঘেৰাওৰ হুংকাৰ দৰমহা বঞ্চিত স্নাতক শিক্ষক সংগঠনৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আওকান কৰি বিগত ছমাহ ধৰি ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতক শিক্ষকক তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি...

Read more

কাইলৈৰ পৰা ডিফুৰ তাৰালাংচ’ত আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ

কাইলৈৰপৰা আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ। আয়োজক কাৰ্বি কালচাৰেল ছ’চাইটিয়ে জনোৱা মতে এই মহোৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জনজাতীয় মহোৎসৱ। এইবাৰৰ ৪৪...

Read more

‘পলাতক ধৰ্ষণকাৰী’ক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে মালিপাৰা সংযোগী সকলো পথ বন্ধ কৰিব দক্ষিণ বজালী আছুৱে

বজালীৰ মালিপাৰাত এগৰাকী কিশোৰী ধৰ্ষণ কৰি পলাই থকা বুলি অভিযোগ উঠা অধয় মালাকাৰ নামৰ লোকজনক তৎকালে গ্ৰেপ্তাৰ নকৰিলে মালিপাৰা সংযোগী...

Read more

‘ৰিজিজু জড়িত ৪০৫ কোটি টকীয়া জলবিদ্যুৎ কেলেংকাৰীত’ : কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ কংগ্ৰেছৰ

অৰুণাচল প্ৰদেশ কংগ্ৰেছ সমিতিয়ে ৰাজ্যখনৰ ৪০৫ কোটি টকীয়া জল বিদ্যুৎ কেলেংকাৰীত কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু জড়িত থকাৰ অভিযোগ...

Read more
Page 4548 of 4584 1 4,547 4,548 4,549 4,584

Recent News