• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫৬ বছৰ পূৰ্বে হিমাচলত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমানত মৃত্যু হোৱা ৪জন লোকৰ মৃতদেহ উদ্ধাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 1, 2024 9:17 pm
221
VIEWS
Share on FacebookShare on Twitter

১৯৬৮ চনৰ ফেব্ৰুৱাৰী মাহত হিমাচলৰ ৰ’টাং পাছত ১০২ জন যাত্ৰীসহ বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুই এটা মৃতদেহ উদ্ধাৰ হয় যদিও বেছিভাগেই কেতিয়াও পোৱা নগ’ল। এইবাৰ দুৰ্ঘটনাৰ ৫৬ বছৰৰ পাছত বৰফৰ তলৰ পৰা আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়।

১৯৬৮ চনৰ ৭ ফেব্ৰুৱাৰীত চণ্ডীগড়ৰ পৰা উৰা মাৰিছিল এখন বায়ুসেনাৰ এএন-১২ বিমান। পাইলটৰ বাহিৰেও বিমানখনত আছিল ১০২ জন যাত্ৰী। কিন্তু বেয়া বতৰৰ বাবে ৰ’টাং পাছৰ কাষ চাপি অহাৰ লগে লগে তেওঁৰ কণ্ট্ৰ’ল ৰুমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। অৱশেষত ৰ’টাং পাছত যাত্ৰীসহ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰ পাছৰে পৰা দশক দশক ধৰি বিমানখনৰ ধ্বংসাৱশেষ যাত্ৰীৰ মৃতদেহৰ সৈতে বৰফৰ সমাধিত পৰি আছে।

২০০৩ চনত অটল বিহাৰী বাজপেয়ী ৰক ক্লাইম্বিং ট্ৰেইনিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে বিমানখনৰ বৰফেৰে আবৃত ধ্বংসাৱশেষ উদ্ধাৰ কৰে। তাৰ পাছৰে পৰা ভাৰতীয় সেনাৰ ডোগ্ৰা স্কাউট টিমে অঞ্চলটোত কেইবাটাও উদ্ধাৰ অভিযান চলাই আহিছে। কিন্তু এই সকলো প্ৰচেষ্টাৰ পাছতো এতিয়ালৈকে মাত্ৰ পাঁচটা মৃতদেহহে উদ্ধাৰ কৰা হৈছে। এইবাৰ আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰে চন্দ্ৰভাগ পৰ্বত অভিযানৰ সদস্যসকলে। ফলত মুঠ উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৯ টা।

উদ্ধাৰ হোৱা চাৰিটা মৃতদেহৰ ভিতৰত তিনিটা চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল মালখান সিং, চিপাহী নাৰায়ণ সিং আৰু থমাছ চৰণ। চতুৰ্থজন ব্যক্তিৰ চিনাক্তকৰণ হোৱা নাই যদিও পৰিয়ালৰ লোকক অৱগত কৰা হৈছে। লোছাৰত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি অহা ১০ অক্টোবৰলৈকে এই উদ্ধাৰ অভিযান চলি থাকিব।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd