শীর্ষ সংবাদ

২৪ মাৰ্চলৈ পিছুৱালে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ জীৱ বিজ্ঞানৰ পৰীক্ষা

স্থগিত ৰখা হৈছে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ জীৱ বিজ্ঞানৰ পৰীক্ষা। ১৭ মাৰ্চৰ পৰিৱৰ্তে ২৪ মাৰ্চত অনুষ্ঠিত হ’ব জীৱ বিজ্ঞানৰ...

Read more

অসমত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধিৰ প্ৰস্তাৱে উৎসাহিত কৰিছে বংগৰ শ্ৰমিক সংগঠনকো

অসম চৰকাৰে গঠন কৰি দিয়া ন্যূনতম মজুৰি উপদেষ্টা সমিতি (Minimum Wages Advisory Board)এ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ...

Read more

থোৰতে অসম ই-বজেট ২০১৮

অসম বিধানসভাত আজি পোন প্ৰথমবাৰৰ ই-বাজেট দাখিল কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত বিত্তমন্ত্ৰী শৰ্মাই কয়: সুশাসন, অৰ্থনৈতিক...

Read more

অসম বাজেট ২০১৮’ : বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে ৰাজ্যৰ প্ৰথমখন ডিজিটেল বাজেট

অসম বিধানসভাত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে অসমৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটখন ডিজিটেল ৰূপত উপস্থাপন কৰিছে। এইবাৰৰ অসমৰ...

Read more

জাতিংগাত ডিমাচা ছাত্ৰ সন্থাৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে যোৱা দেওবাৰে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিটিৰ লগতে হাফলং কলেজ গোটে জাতিংগা...

Read more

কোকৰাঝাৰত ১৭ মাৰ্চৰ পৰা আন্ত:ৰাষ্ট্ৰীয় চিত্ৰাংকন-সাংস্কৃতিক সমাৰোহ

অহা ১৭ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ কোকৰাঝাৰত ৭ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আন্ত:ৰাষ্ট্ৰীয় বন্ধুত্বমূলক চিত্ৰাংকন আৰু সাংস্কৃতিক সমাৰোহ। এই...

Read more

ছাত্ৰসংগঠনৰ সহোগতহে আমি স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ আগুৱাই যাব পাৰিম : মুখ্য কাৰ্যবাহী

পশ্চিম কাৰ্বি আংলঙৰ চালনাত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ অধিবেশন। কাৰ্যসূচীৰ...

Read more

বাঁহজানীত গুৱাহাটীত কৰ্মৰত যুৱকৰ আত্মহত্যা

নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ ক্ষুদ্ৰশংকৰা গাঁওৰ পূৱ- বৰভগীয়াতলা চুবুৰীৰ ডিম্বেশ্বৰ ডেকা(৪৪)নামৰ এজন যুৱকে আত্মহত্যা কৰে । জানিৱ পৰা মতে গুৱাহাটীৰ...

Read more
Page 5112 of 5184 1 5,111 5,112 5,113 5,184

Recent News