• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থোৰতে অসম ই-বজেট ২০১৮

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 2:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত আজি পোন প্ৰথমবাৰৰ ই-বাজেট দাখিল কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত বিত্তমন্ত্ৰী শৰ্মাই কয়: সুশাসন, অৰ্থনৈতিক উন্নয়ন, মানৱ সম্পদ উন্নয়ন সূচাংক আদি ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ আৰু বেছি দিন বুলি মই ভাবো তথা বিশ্বাস কৰো ।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটৰ কেইটামান বিশেষ ঘোষণা এনেধৰণৰ-
# ১০০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত।
# সকলো বিধানসভা সমষ্টিৰ বাবে ১০ কোটি টকাৰ আঁচনি।
# বঙাইগাঁৱৰ বাটাবাৰীত দীনদয়াল মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
# ভাৰত-বাংলা সীমান্তৰ আঠ স্থানত ৱাঘা সীমান্তৰ দৰে বাদ্য বাদনৰ ব্যৱস্থা।
# ছেনিটেৰী নেপকিনৰ বাবে বিশেষ মাহিলি ভাট্টা।
# ঠিকাভিত্তিক শিক্ষকৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি।
# সকলো আদৰ্শ গাঁৱলৈ পাঁচ কোটি টকাৰ অনুদান।
# অহা পাঁচ বছৰৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধিৰ লক্ষ্য।
# বটদ্ৰৱা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত।
# পথ আৰু নলা নিৰ্মানৰ প্ৰস্তাৱ।
# নাহৰকটীয়াত স্থাপন কৰা হ’ব আইআইটি।
# মাৰ্ঘেৰিটাত স্নাতক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
# ক্ষুদ্ৰ উদ্যোগীলৈ ঋণ দিয়াৰ ব্যৱস্থা।
# টিংখঙত পাঁচমহলীয়া বজাৰ নিৰ্মাণ।
# কৃষি উৎপাদন দুগুণ কৰাৰ সিদ্ধান্ত।
# সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগলৈ ১৭.৫ কোটি টকাৰ অনুদান।
# চলিত বৰ্ষত ৫০০০ মেধাৱী ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।
# বিটিএডিৰ হিংসাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ এককালীন সাহায্য।
# প্ৰয়াত অভিনেতা বিজু ফুকন স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত।
# স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া পাঠ্যপুথি যোগান।
# প্রথমবাৰৰ বাবে চৰকাৰী বিদ্যালয়ৰ ব্যক্তিগতকৰণ। পিপিপি আঁচনিৰ অধীনত ১০০ খন বিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
# পিপিপি আঁচনিৰ অধীনত চাহ বাগিচাত বিদ্যালয় স্থাপনৰ।
# বিদ্যালয় প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। ৫০ খন বিদ্যালয়ত স্থাপন হ’ব বিজ্ঞান শাখা।
# দীপৰ বিলৰ উন্নয়ন।
# অসম ৰাজ্যিক চিৰিয়াখানালৈ ৫ কোটিৰ অনুদান।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd