• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰসংগঠনৰ সহোগতহে আমি স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ আগুৱাই যাব পাৰিম : মুখ্য কাৰ্যবাহী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 12:28 pm
karbi photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম কাৰ্বি আংলঙৰ চালনাত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ অধিবেশন।

কাৰ্যসূচীৰ প্রথম দিনা পাহাৰীয়া জিলাখনত থকা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক, শাখা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে প্ৰতিনিধিসকলক আদৰণি জনোৱা হয়।

Apply Now

শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় বেয়ে সাংগঠনিক পতাকা উত্তোলন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মণিৰাম টকবিৰ নেতৃত্বত শ্বহীদ ছাত্ৰনেতা-কৰ্মীক সুঁৱৰি বন্তি প্ৰজ্জ্বলন আৰু পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি ছাত্ৰ সংগঠনটোয়ে।

দেওবাৰে অন্তিমটো দিনৰ কাৰ্যসূচীত এখন মুকলি সভাৰ আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, প্ৰভাত টাৰ’, কাৰ্বি কলচাৰেল চছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰৰ লগতে বিভিন্ন দল-সংগঠনৰ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

সভাত মুখ্য অতিথি তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত সংগঠনটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত ছাত্ৰ সংগঠনটোয়ে কাৰ্বি আংলঙত গঠনমূলক কাম-কাজ, উন্নয়ন আৰু বিকাশ সাধনত সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।

ভাষণ প্ৰসংগত তেওঁ কাৰ্বি আংলঙৰ জনতাই দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা স্বায়ত্ব শাসিত ৰাজ্যৰ  দাবী সন্দৰ্ভত প্রতিটো ৰাজনৈতিক-অৰাজনৈতিক দল অথবা সংগঠনৰ লগতে সমান্তৰালকৈ কাৰ্বি ছাত্ৰ সন্থায়েও দায়িত্ব সহকাৰে আগভাগ লৈ সহায় আগবঢ়াই যাবলৈ আহ্বান জনায়।

তেওঁ কয় যে ছাত্ৰসংগঠনৰ ভূমিকা আৰু অৱদানৰ সহায়তহে আমি আমাৰ স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ বুলি এখোজ হ’লেও আগুৱাই যাব পাৰিম।

দেওবাৰে ইয়াৰ পূৰ্বে ৰংহাঙে পৰিষদীয় ৰংখাং সমষ্টিৰ দলনিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনত এখন মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন, আৰ এম এছ এ ৰ অধীনত নিৰ্মাণ কৰা এটি বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰাৰ লগতে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাৰ্ষিক কাযৰ্কৰী পৰিকল্পনাৰ জৰিয়তে ৫৭ লাখ টকা ব্যয় সাপেক্ষে ভেলাপাৰা- উত্তৰ ভেলাপাৰা সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd