শীর্ষ সংবাদ

য়ু পি এ’ চৰকাৰে ২জি কেলেংকাৰীৰ বাবে মন্ত্ৰীকে গ্ৰেপ্তাৰ কৰিছিল, দুৰ্নীতিক লৈ মোদী এতিয়া নীৰৱ কিয় : কংগ্ৰেছ নেতা গুলাম নবী

কংগ্ৰেছ নেতা গুলাম নবী আজাদে আজি গুৱাহাটীত এক সংবাদ মেলত বিজেপি চৰকাৰৰ দিনত দেশৰ দুৰ্নীতিৰ ‘আন্তৰ্জাতিকীকৰণ’ হোৱা বুলি অভিহিত কৰে।...

Read more

ভাৰতীয় সেনাক লৈ আমি গৌৰৱান্বিত, স্বাধীনতাৰ দিনৰে পৰা ই অৰাজনৈতিক আৰু ভৱিষ্যতেও অৰাজনৈতিক হৈ থকাটো বিচাৰো : কংগ্ৰেছ নেতা গুলাম নবী আজাদ

জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত কয় যে ভাৰতীয় সেনা স্বাধীনতাৰ দিনৰে পৰা অৰাজনৈতিক...

Read more

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চিৰাৰ শেষকৃত্য সম্পন্ন : চিমচাং নৈ পাৰৰ চাচাতগ্ৰে’ গাঁৱত উবুৰি খাই পৰিল গাওঁবাসী

নিহত জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰা (৪১ বছৰীয়া)ৰ শেষকৃত্য আজি পূব গাৰো পাহাৰৰ ৱিলিয়ামনগৰ চহৰৰ চিমচাং...

Read more

মজুৰি বৃদ্ধিৰ দাবী: ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান অসম চাহ মজদুৰ সংঘৰ

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই। শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়স্থিত...

Read more

মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক মৃত্যুত ম্ৰিয়মাণ উত্তৰ পূৰ্বাঞ্চলবাসী

অভিনয়-নৃত্যৰ অপূৰ্ব দক্ষতাৰে বিগত প্ৰায় কেইবাটাও দশকজুৰি ভাৰতীয় চিনেপ্ৰেমীক মোহাৱিষ্ট কৰি ৰখা বলিউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ অকাল মৃত্যুৱে শোকাভিভূত কৰি...

Read more

ষাঠি শতাংশ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পাব বুলি নিটি আয়োগৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকট নামি অহাৰ আশংকাই দেখা দিছে। চীনৰ অভিসন্ধি নহয়,  প্ৰাকৃতিক কাৰণতেই ব্ৰহ্মপুত্ৰৰ পানী শুকাই...

Read more

মংগলদৈত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উকীল সন্থাৰ শতবাৰ্ষিকী

যোৱা ২৪ ফেব্ৰুৱাৰিৰ পৰা মংগলদৈ উকীল সন্থাৰ শতবাৰ্ষিকী  উদ্‌যাপন তিনিদিনীয়া কাৰ্যসূচীৰে মংগলদৈ আদালত চৌহদত আৰম্ভ হৈছে। শতবাৰ্ষিকীৰ প্রথম দিনা শনিবাৰে...

Read more

মেঘালয়ৰ বিকাশত এক বাধা হৈছে মুকুল ছাংমা: ৰিজিজু

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে মুকুল ছাংমা নেতৃত্বাধীন মেঘালয়ৰ কংগ্ৰেছ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে ৰাজ্যখনৰ উন্নয়নৰ...

Read more

নাগালেণ্ডত শান্তিপূৰ্ণ নিৰ্বাচনৰ আহ্বান ৰাজ্যপাল পি বি আচাৰ্যৰ

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিতব্য নাগালেণ্ড বিভানসভা নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল, জনসাধাৰণ, নিৰাপত্তাৰক্ষী,...

Read more

ৰিয়েলিটি শ্ব’ৰ পৰা অব্যাহতি পাপনক : বলীউডৰ একাংশ শিল্পীৰো গৰিহণা

পাপন অংগৰাগ মহন্তই চুম্বন বিতৰ্কৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে যদিও একাংশ ৰাজনৈতিক নেতাকে ধৰি একাংশ বলীউডৰ শিল্পীয়ে পাপনৰ বিৰুদ্ধে কঠোৰ...

Read more
Page 5122 of 5171 1 5,121 5,122 5,123 5,171

Recent News