• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জীৱনৰ প্ৰতি ভাবুকি আহিছে ৰিয়া চক্ৰৱৰ্তীৰ, বিচাৰিলে আৰক্ষীৰ নিৰাপত্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2020 2:03 pm
Sushant Singh Rajput case: NCB arrests Rhea's brother Showik
505
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ জীৱনৰ প্ৰতি আহিছে চৰম ভাবুকি।

সুশান্তৰ মৃত্যু ৰহস্যৰ সৈতে সাঙোৰ খাই পৰাৰ পিছৰে পৰা ৰিয়াৰ জীৱনলৈ ভাবুকি নামি অহা বুলি ৰিয়াই নিজেই মুম্বাই আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল।

মুম্বাই আৰক্ষীক তেওঁ সেয়ে নিৰাপত্তা প্ৰদান কৰাৰো অনুৰোধ জনাইছিল। একাংশ সাংবাদিকো এতিয়া ৰিয়াৰ বাবে হৈ পৰিছে ভয়ৰ কাৰণ।

সুশান্তৰ মৃত্যুৰ সৈতে ৰিয়াৰ নাম সাঙোৰ খাই পৰাৰ পিছৰে পৰা বহু সাংবাদিকে ৰিয়াৰ পিছ নেৰা হৈছে।

আনকি বহু সাংবাদিকে ৰিয়াৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰাৰ বাবেও চেষ্টা চলোৱা বুলি ৰিয়াই অভিযোগ কৰিছে।

কালি চিবিআই-এ ৰিয়াক জেৰা চলোৱাৰ সময়তো ৰিয়াই জীৱনৰ প্ৰতি ভাবুকি অহা বুলি মন্তব্য কৰি আৰক্ষীৰ নিৰাপত্তা বিচাৰিছিল।

ৰিয়াৰ অনুৰোধৰ ভিত্তিতে আজি মুম্বাই আৰক্ষীলৈ চিবিআই-এ পত্ৰ লিখি ৰিয়াৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কয়।

উক্ত পত্ৰৰ ভিত্তিতে মুম্বাই আৰক্ষীয়ে ৰিয়াক ঘৰৰ পৰা জেৰাৰ বাবে ডি আৰ ডি অ’ অতিথিশালালৈ অহাৰ সময়ত ৰিয়া আৰু তেওঁৰ ভাতৃক নিৰাপত্তা দিব বুলি প্ৰকাশ কৰিছে।

কালি ৰিয়াক চিবিআই-এ কৰা জেৰাত বহু কেইটা প্ৰশ্ন কৰা হৈছিল যদিও সকলো প্ৰশ্নৰ উত্তৰ তেওঁ যথাযথ ভাবে দিব পৰা নাই বুলি জানিব পৰা গৈছে।

Recent News

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd