• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চি বি এছ ইৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 1:19 pm
CBSE

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই)য়ে  নৱম আৰু একাদশ শ্ৰেণীৰ নিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আগবঢ়াই অনাৰ সিদ্ধান্ত সিদ্ধান্ত লৈছে।

শিক্ষা পৰিষদখনে বিদ্যালয়সমূহত সকলোধৰণৰ কাৰ্যকলাপৰ বাবে পৰ্যাপ্ত সময় আগবঢ়াই সময় মতে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়াটো মসৃন কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰক্ৰিয়াটো ইতিমধ্যে ২০১৯ৰ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু ৩১ অক্টোবৰ,২০১৯ লৈকে চলিব।

পৰিষদে ২০২০ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা শিক্ষা পৰিষদখনৰ ১৬ টা আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে পৰিচালনা কৰিব।

ইয়াৰ বাবে বিদ্যালয়ৰ কোড সলনিৰ প্ৰয়োজন হ’ব।

বিদ্যালয়ৰ নতুন কোড সমূহ সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়সমূহে বিদ্যালয়সমূহক অৱগত কৰিব।

শিক্ষা পৰিষদখনৰ সৈতে সকলো ধৰণৰ যোগাযোগৰ ক্ষেত্ৰত কেৱল নতুন কোডসমূহহে ব্যৱহাৰ কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে।

অনলাইন পঞ্জীয়নৰ জৰিয়তে দাখিল কৰা ছাত্ৰ-ছাত্ৰীসকলকহে ২০২১বৰ্ষৰ ফেব্ৰুৱাৰিৰ পৰা এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হ’ব।

চিবিএছইৰ অধীনৰ বিদ্যালয়সমূহে অনলাইন দাখিলৰ বাবে আগবঢ়াৰ আগেয়ে তেওঁলোকৰ পঞ্জীয়ন কৰাটো প্ৰয়োজন হ’ব।

বিদ্যালয়সমূহে ইতিমধ্যে তেওঁলোকৰ লগত থকা ‘এফিলিয়েশ্যন নাম্বাৰ’ য়ুজাৰ আই ডি হিচাপে ব্যৱহাৰ কৰিব লাগিব।

বিদ্যালয়সমূহে ৩০ ছেপ্টেম্বৰ ২০১৯’ৰ ভিতৰত জৰিমনা নোহোৱাকৈ তথ্যসমূহ নিৰ্দিষ্ট স্থানত দাখিল কৰিব লাগিব।

ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন পঞ্জীয়নৰ দিন ‘লেইট ফী’ নভৰাকৈ ৮ আগষ্ট,২০১৯ৰ পৰা ১৫ অক্টোবৰ,২০১৯ ধাৰ্য কৰা হৈছে।

ভাৰতীয় বিদ্যালয়সমূহৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন মাচুল হৈছে (লেইট ফী নভৰাকৈ) ৩০০ টকা।

বিদেশী বিদ্যালয়ৰ বাবে (লেইট ফী নভৰাকৈ) পঞ্জীয়ন মাচুল প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকা (নৱম শ্ৰেণীৰ বাবে) আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ৬০০ টকা (একাদশ শ্ৰেণীৰ বাবে)।

ভাৰতীয় বিদ্যালয়সমূহৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন মাচুল (লেইট ফীৰ সৈতে) ২৩০০ টকা।

বিদেশী বিদ্যালয়ৰ বাবে (লেইট ফীৰ সৈতে) পঞ্জীয়ন মাচুল প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫০০ টকা (নৱম শ্ৰেণীৰ বাবে) আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ২৬০০ টকা (একাদশ শ্ৰেণীৰ বাবে)।

পঞ্জীয়ন প্ৰক্ৰিয়াৰ সৱিশেষ জানিবৰ বাবে চিবিএছইৰ নিজা ৱেবছাইট চাব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd