DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

CBSE Class 12th Result 2022: চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা; কেনেদৰে চাব ফলাফল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 11:42 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

132
VIEWS
Share on FacebookShare on Twitter

CBSE Result 2022 Class 12th Declared অৱশেষত চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) অফিচিয়েল ৱেবছাইট cbse.gov.in, cbseresults.nic.in ৰপৰা ফলাফলসমূহ চাব পাৰিব।  DigiLocker আৰু Pariksha Sangam ফলাফল চাব পাৰিব।

চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল

  • অঞ্চলভিত্তিক উত্তীৰ্ণৰ হাৰ: সৰ্বশ্ৰেষ্ঠ উত্তীৰ্ণৰ হাৰ ত্ৰিবান্দ্ৰম অঞ্চলত (৯৮.৮৩ শতাংশ)। প্ৰয়াগৰাজ অঞ্চল (৮৩.৭১ শতাংশ) তালিকাৰ আটাইতকৈ তলত।
  • শুকুৰবাৰে ৰাতিপুৱা কেন্দ্ৰীয় বোৰ্ডে জনোৱা মতে এইবাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯২.৭১ শতাংশ।
  • দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত মুঠ ১৪৪৪৩৪১ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। যোৱা ২৬ এপ্ৰিলত আৰম্ভ হৈ ১৫ জুনত পৰীক্ষাটো সমাপ্ত হৈছিল।
  • চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ (CBSE Class 12th Result 2022) ফলাফল কেনেদৰে চাব?

১) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) অফিচিয়েল ৱেবছাইট cbse.gov.in চাওক।

২) ” Results” লিংকত ক্লিক কৰক। এটা নতুন পেজ খুলিব।

৩) ‘‘Senior School Certificate Examination (Class XII) Results 2022 (Link 1) – Announced on 22nd July 2022’, ‘Senior School Certificate Examination (Class XII) Results 2022 (Link 2) – Announced on 22nd July 2022’ আৰু ‘Senior School Certificate Examination (Class XII) Results 2022 (Link 3) – Announced on 22nd July 2022’-এই তিনিটা লিংক পাব।

৪) লিংকত ক্লিক কৰিলে এটা নতুন পেজ খুলিব। ‘Senior School Certificate Examination (Class XII) Results 2022’ তলত ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি লিখি ‘Submit’কৰক।

৫) আপোনাৰ ফলাফল স্ক্ৰীণত দেখা হ’ব। ইয়াক ডাউনলোড কৰক আৰু নিজৰ বাবে ৰাখি থওক।

DigiLocker ৰ জৰিয়তে চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল (CBSE Class 12th Result 2022) কেনেদৰে চাব?

১) DigiLocker ৰ অফিচিয়েল ৱেবছাইট digilocker.gov.in ত যাওক। ম’বাইল এপটোও ডাউনলোড কৰিব পাৰিব।

২) আধাৰ কাৰ্ডৰ দৰে তথ্য দিব লাগে।

৩)হোমপেজত ‘Central Board of Secondary Education’  ফ’ল্ডাৰ থাকিব। তাত ক্লিক কৰিব লাগিব।

৫) চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব। পিডিএফ ডাউনলোড কৰি নিজৰ বাবে ৰাখি থব পাৰে।

Recent News

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd