• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা সম্পন্ন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 2, 2019 7:05 am
20191202_003339

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিমূলক সাধাৰণ সভাৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে শিৱসাগৰৰ বৰপুখুৰী পাৰত অৱস্থিত যুৱদ’লৰ প্ৰেক্ষাগৃহত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিমূলক সাধাৰণ সভা অনুষ্ঠিত হয়।

সাধাৰণ সভাৰ পূৰ্বে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দ্বাৰা এখনি মুকলি সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মৃদুল দাসে আতঁ ধৰা মুকলি সভাৰ সভাপতিত্ব কৰে পৰশজ্যোতি দাসে।

কেন্দ্ৰীয় সমিতিৰ সভাপতি ডা° হৰিকান্ত দাস, সাধাৰণ সম্পাদক পৰমানন্দ দাস, অ’ এন জি চিৰ কৰ্মচাৰী কল্যাণ পৰিষদৰ সম্পাদক জগৎ হাজৰিকা, সদস্য দ্বীপেন দাস, প্ৰাক্তন আছু কৰ্মী হেমেন দাস, সাংবাদিক মনোজ গগৈ, ফিৰোজ খান, যদুমণি দত্ত প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

বিশিষ্ট ব্যক্তিসকলে অসমৰ জাতীয় সমস্যাৰ লগতে অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে।

মুকলি সভাৰ পিছতেই কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা আয়োজন কৰা হয়। সভাত পুৰণি কেন্দ্ৰীয় সমিতি ভংগ কৰি নতুন সমিতি নিৰ্বাচিত কৰা হয়।

অসমৰ সমগ্ৰ জিলা সমিতিয়ে অংশগ্ৰহণ কৰি প্ৰতিনিধি প্ৰেৰণ কৰা সাধাৰণ প্ৰতিনিধিমূলক সভাত পূৰ্বৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয়।

আনহাতে, পৰশজ্যোতি দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। পূৰ্বৰ  কেন্দ্ৰীয় সভাপতি ডা° হৰিকান্ত দাসক সন্থাৰ মুখ্য উপদেষ্টাৰ পদত সভাই অধিষ্ঠিত কৰে।

ইয়াৰ উপৰি প্ৰবীণ দাস, পিংকু দাস, ৰূপক দাস অৰু বিপুল দাসক উপ-সভাপতি, দিপাংকৰ দাসক মুখ্য সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। জগদীশ দাস, মনোজ মোহন দাস আৰু হৰেন দাসক সহ:সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।

প্ৰতিনিধি সভাত সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ বাবে চৰকাৰক তীব্ৰ দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যত  ভয়াবহ ৰূপত বৃদ্ধি পোৱা ভুৱা জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত নতুন সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd