• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰায় ১১.৫ কোটি নাগৰিকৰ পান কাৰ্ড বাতিল কৰিলে কেন্দ্ৰই; আপোনাৰখনো আছে নেকি ইয়াত?

পান কাৰ্ড বাতিল কৰা নাগৰিকে আয়কৰ কেনেকৈ পৰিশোধ কৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 11:33 am
1.3k
VIEWS
Share on FacebookShare on Twitter

আধাৰ কাৰ্ড সময়মতে সংযোগ হোৱা নাই। যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় ১১.৫ কোটি নাগৰিকৰ PAN Card বাতিল কৰা হৈছে। আয়কৰ বিভাগে আৰ টি আইৰ প্ৰত্যুত্তৰত এই তথ্য প্ৰদান কৰে। যাক লৈ এতিয়া ক্ষোভৰ সৃষ্টি হৈছে।

আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ অন্তিম দিন আছিল ৩০ জুন। যদিও ই বিনামূলীয়া নাছিল। আধাৰ আৰু পান সংযোগৰ বাবে নাগৰিকে মোটা পৰিমাণৰ ধন আদায় দিবলগীয়া হৈছিল। ইয়াৰ মাজতে শুনা গৈছিল যে আয়কৰ বিভাগে পুনৰ পোন সময়সীমা বৃদ্ধি কৰিবলৈ ওলাইছে। কিন্তু শেষত তেনেকুৱা নহ’ল।

লগতে পঢ়কঃ ICC World Cup 2023: পাক নুঘুৰিল পাকিস্তানৰ! ইডেনতো ইংলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়; হতাশাৰে বিশ্বকাপৰ পৰা ঘুৰিল বাবৰ বাহিনী

তথ্যৰ অধিকাৰ কৰ্মী চন্দ্ৰশেখৰ গৌৰে কৰা এক প্ৰশ্নৰ উত্তৰত আয়কৰ বিভাগে জনায় যে সময়সীমাৰ পিছতো প্ৰায় ১২ কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযুক্ত হোৱা নাই। ইয়াৰে ১১.৫ কোটি পান কাৰ্ড বাতিল কৰা হৈছে।

আয়কৰ বিভাগে প্ৰদান কৰা তথ্য অনুসৰি দেশত মুঠ ৭০ কোটি ২৪ লাখ নাগৰিকৰ পান কাৰ্ড আছিল। অৱশ্যে ৫৭ কোটি ২৫ লাখ পান কাৰ্ড আধাৰৰ সৈতে জড়িত হৈ পৰিছে। আয়কৰ বিভাগে দিয়া তথ্য অনুসৰি ২০১৭ চনৰ ১ জুলাইৰ পৰা জাৰি কৰা সকলো পান কাৰ্ডত আধাৰ নম্বৰ দিয়াটো বাধ্যতামূলক আছিল। ইয়াৰ পূৰ্বে সৃষ্টি হোৱা পান কাৰ্ডসমূহৰ ভিতৰত যিবোৰ আধাৰৰ সৈতে জড়িত নাছিল, সেইবোৰ বাতিল কৰা হৈছে। অৰ্থাৎ যদি আধাৰ আপোনাৰ পানৰ লগত লিংক নহয়, তেন্তে আপোনাৰ পান কাৰ্ডো বাতিল হব পাৰে।

লগতে পঢ়কঃবেংগালুৰুত বিৰাট কোহলীৰ নামেৰে ৰাস্তাৰ নামকৰণত বিলম্ব; ক্ষুব্ধ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

অৱশ্যে পান কাৰ্ড পুনৰ সক্ৰিয় কৰিব পাৰিব। তাৰ বাবে ১০০০ টকা জৰিমনা ভৰিব লাগিব। প্ৰশ্ন উত্থাপন হয়, য’ত জি এছ টি বাদ দি নতুন পান কাৰ্ড বনোৱাৰ খৰচ ৯১ টকা, পান কাৰ্ড পুনৰ খোলাৰ খৰচ ইমান বেছি কিয়? পান কাৰ্ড বাতিল কৰা নাগৰিকে আয়কৰ কেনেকৈ পৰিশোধ কৰিব?

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd