• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰায় ১১.৫ কোটি নাগৰিকৰ পান কাৰ্ড বাতিল কৰিলে কেন্দ্ৰই; আপোনাৰখনো আছে নেকি ইয়াত?

পান কাৰ্ড বাতিল কৰা নাগৰিকে আয়কৰ কেনেকৈ পৰিশোধ কৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 11:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধাৰ কাৰ্ড সময়মতে সংযোগ হোৱা নাই। যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় ১১.৫ কোটি নাগৰিকৰ PAN Card বাতিল কৰা হৈছে। আয়কৰ বিভাগে আৰ টি আইৰ প্ৰত্যুত্তৰত এই তথ্য প্ৰদান কৰে। যাক লৈ এতিয়া ক্ষোভৰ সৃষ্টি হৈছে।

আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ অন্তিম দিন আছিল ৩০ জুন। যদিও ই বিনামূলীয়া নাছিল। আধাৰ আৰু পান সংযোগৰ বাবে নাগৰিকে মোটা পৰিমাণৰ ধন আদায় দিবলগীয়া হৈছিল। ইয়াৰ মাজতে শুনা গৈছিল যে আয়কৰ বিভাগে পুনৰ পোন সময়সীমা বৃদ্ধি কৰিবলৈ ওলাইছে। কিন্তু শেষত তেনেকুৱা নহ’ল।

লগতে পঢ়কঃ ICC World Cup 2023: পাক নুঘুৰিল পাকিস্তানৰ! ইডেনতো ইংলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়; হতাশাৰে বিশ্বকাপৰ পৰা ঘুৰিল বাবৰ বাহিনী

Apply Now

তথ্যৰ অধিকাৰ কৰ্মী চন্দ্ৰশেখৰ গৌৰে কৰা এক প্ৰশ্নৰ উত্তৰত আয়কৰ বিভাগে জনায় যে সময়সীমাৰ পিছতো প্ৰায় ১২ কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযুক্ত হোৱা নাই। ইয়াৰে ১১.৫ কোটি পান কাৰ্ড বাতিল কৰা হৈছে।

আয়কৰ বিভাগে প্ৰদান কৰা তথ্য অনুসৰি দেশত মুঠ ৭০ কোটি ২৪ লাখ নাগৰিকৰ পান কাৰ্ড আছিল। অৱশ্যে ৫৭ কোটি ২৫ লাখ পান কাৰ্ড আধাৰৰ সৈতে জড়িত হৈ পৰিছে। আয়কৰ বিভাগে দিয়া তথ্য অনুসৰি ২০১৭ চনৰ ১ জুলাইৰ পৰা জাৰি কৰা সকলো পান কাৰ্ডত আধাৰ নম্বৰ দিয়াটো বাধ্যতামূলক আছিল। ইয়াৰ পূৰ্বে সৃষ্টি হোৱা পান কাৰ্ডসমূহৰ ভিতৰত যিবোৰ আধাৰৰ সৈতে জড়িত নাছিল, সেইবোৰ বাতিল কৰা হৈছে। অৰ্থাৎ যদি আধাৰ আপোনাৰ পানৰ লগত লিংক নহয়, তেন্তে আপোনাৰ পান কাৰ্ডো বাতিল হব পাৰে।

লগতে পঢ়কঃবেংগালুৰুত বিৰাট কোহলীৰ নামেৰে ৰাস্তাৰ নামকৰণত বিলম্ব; ক্ষুব্ধ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

অৱশ্যে পান কাৰ্ড পুনৰ সক্ৰিয় কৰিব পাৰিব। তাৰ বাবে ১০০০ টকা জৰিমনা ভৰিব লাগিব। প্ৰশ্ন উত্থাপন হয়, য’ত জি এছ টি বাদ দি নতুন পান কাৰ্ড বনোৱাৰ খৰচ ৯১ টকা, পান কাৰ্ড পুনৰ খোলাৰ খৰচ ইমান বেছি কিয়? পান কাৰ্ড বাতিল কৰা নাগৰিকে আয়কৰ কেনেকৈ পৰিশোধ কৰিব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd