• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে দিল্লী দখল কৰাৰ পিছতে কেন্দ্ৰৰ বিৰুদ্ধে আপ চৰকাৰৰ গোচৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 11:40 am
319
VIEWS
Share on FacebookShare on Twitter

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতে পূৰ্বৰ আপ চৰকাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ উপ-ৰাজ্যপালৰ বিৰুদ্ধে দাখিল কৰা সকলো গোচৰ খতিয়াই চাবলৈ আৰম্ভ কৰিছে আইন মন্ত্ৰালয়ে। সূত্ৰৰ পৰা জানিব পৰা মতে, আপে দাখিল কৰা সকলো গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰই ইতিমধ্যে ৩০০ কোটি টকা ব্যয় কৰিছে।

বাতৰি অনুসৰি, দিল্লীৰ নতুন চৰকাৰে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব পাৰে। ইতিমধ্যে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে এই গোচৰৰ সবিশেষ প্ৰতিবেদন বিচাৰিছে।

আইন মন্ত্ৰালয়ৰ এক সূত্ৰই দাবী কৰিছে যে আপ চৰকাৰে দাখিল কৰা গোচৰৰ যুঁজত কোটি কোটি টকা খৰচ হোৱাই নহয়, বহু কামৰ সময়ো অপচয় হৈছিল। ২০২২ চনত ভি কে ছাক্সেনাই দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে এই পদত যোগদান কৰাৰ পিছতে অধিকাংশ গোচৰ ৰুজু কৰা হৈছিল।

তদানীন্তন আপ চৰকাৰে লেফটেনেণ্ট গৱৰ্ণৰৰ ক্ষমতাক প্ৰত্যাহ্বান জনাই কেইবাটাও গোচৰ ৰুজু কৰিছিল আৰু যমুনা প্ৰদূষণ ৰোধৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰৰ নেতৃত্বত গঠন হোৱা উচ্চ পৰ্যায়ৰ কমিটীখনক প্ৰত্যাহ্বান জনাইছিল।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে দিল্লীৰ নতুন চৰকাৰে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ আদালতত আবেদন দাখিল কৰিব পাৰে। কাৰণ সেই গোচৰবোৰ চলোৱাৰ কোনো ন্যায্যতা আৰু নাই। যিহেতু বিজেপি চৰকাৰ কেন্দ্ৰ আৰু দিল্লীত থাকিব, সেয়েহে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বেছি সময় নালাগিব।

আইন মন্ত্ৰালয়ে অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ সকলো বিষয়া, সকলো প্ৰধান সচিব আৰু সচিবক সকলো গোচৰৰ বিশদ নথি-পত্ৰ প্ৰেৰণ কৰিবলৈ বিভাগীয় নিৰ্দেশনা জাৰি কৰিছে। এটা গোচৰৰ অগ্ৰগতি আৰু সেই গোচৰত সংশ্লিষ্ট আদালতে দিয়া ৰায়ৰ বিষয়ে বিতং প্ৰতিবেদন দাখিল কৰিব লাগিব।

Recent News

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd