• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শেষ সকীয়নি! Twitterক নতুন IT নীতি মানি চলিবলৈ আহ্বান জনাই কেন্দ্ৰৰ চূড়ান্ত জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2021 8:48 am
twitter_users_66-750x375
236
VIEWS
Share on FacebookShare on Twitter

সকলোৱে মানি লৈছে যদিও একমাত্ৰ বাধা হৈ থিয় দিছে টুইটাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু টুইটাৰৰ মাজৰ বিবাদে আনকি আদালত পৰ্যন্ত পাইছেগৈ।

কেন্দ্ৰৰ মোদী চৰকাৰে এইবাৰ টুইটাৰক শেষবাৰৰ বাবে সকীয়নি প্ৰদান কৰিছে।

শনিবাৰে টুইটাৰলৈ ‘চূড়ান্ত জাননী’ জাৰি কৰিছে কেন্দ্ৰই। মাইক্ৰ’ব্লগিং প্লেটফৰ্মটোক দেশৰ নতুন আইটি নীতি মানি লোৱাৰ আহ্বান জনোৱা হৈছে।

টুইটাৰৰ আইনী উপদেষ্টা জিম বেকাৰক সম্বোধন কৰি জাননীখন লিখা হৈছে। ইয়াত টুইটাৰে এতিয়াও নিয়ম অনুসৰি চীফ কমপ্লাইয়েল্স অ’ফিচাৰ, ৰেছিডেন্ট গ্ৰিভিয়েন্স অ’ফিচাৰ তথা ন’ডেল কনটেক্ট পাৰ্ছন নিয়োগ নকৰাৰ কথা উল্লেখ কৰা হৈছে।

জাননীখনত উল্লেখ কৰা হৈছে যে টুইটাৰে ভাৰতত ইয়াৰ কাৰ্যালয়ৰ ঠিকনা সম্পৰ্কেও একো জনোৱা নাই।

জাননীত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে যিবোৰ দেশত টুইটাৰক বিনম্ৰতাৰে আদৰণি জনোৱা হৈছিল তাৰ ভিতৰত ভাৰত অন্যতম।

জাননীত কোৱা হৈছে যে ভাৰতত প্ৰায় ১০ বছৰৰো অধিক কাল ধৰি টুইটাৰ আছে। নতুন আইটি আইন নমনাটো ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ প্ৰতি উদাসীনতাৰেই নামান্তৰ।

যোৱা ২৬ মে’ৰ পৰা কাৰ্যকৰী হোৱা এই আইন নামানিলে ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰা হৈছে জাননীখনত।

অৱশ্যে, টুইটাৰৰ ‘সদিচ্ছা’ৰ প্ৰতি লক্ষ্য ৰাখি শেষবাৰৰ বাবে সতৰ্ক কৰি দিয়া হৈছে বুলিও কোৱা হয় কেন্দ্ৰৰ জাননীখনত।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd