• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি গুণে মহীয়ান ভাতৃ-ভগ্নীৰ সম্পৰ্ক! চাওঁ আহক কি কৈছে আচাৰ্য চাণক্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 8:18 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতেই ভাতৃ-ভগ্নী সম্পৰ্ক মানেই মৰম, ভালপোৱা, ঠেহ, অভিমান, সন্মানেৰে পৰিপূৰক এক বান্ধোন। এক আনুষ্ঠানিক উৎসৱৰ মাজেৰে এই বান্ধোনৰ পবিত্ৰতাক উদযাপন কৰা হয় ৰাখী বন্ধনৰ জৰিয়তে।

আজি সমগ্ৰ দেশতে উদযাপিত হ’ব এই উৎসৱ। ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ পৰম সন্মানৰ এই উৎসৱে আজি দেশক জুৰি ৰাখিব।

Apply Now

এই বান্ধোন কিদৰে একতাৰ জৰীৰে বান্ধ খাই থাকে, কিদৰে দীৰ্ঘস্থায়ী হয়, তথা কেতিয়া সম্পৰ্কলৈ ভাঙোন আহিব পাৰে সেই সন্দৰ্ভত আচাৰ্য চাণক্যই যথেষ্ট গুৰুত্বপূৰ্ণ কিছু দিশ বৰ্ণনা কৰি গৈছে।

ভাৰতীয় সমাজ-জীৱনত চিৰ অনুৰণীয় চাণক্যৰ এইসমূহ বচন স্বাভাৱিকতেই যথেষ্ট গুৰুত্বপূৰ্ণ। আচাৰ্য চাণক্যৰ মতে, ভাতৃ-ভগ্নীৰ সম্পৰ্ক প্ৰেম আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।

কিন্তু ভাতৃৰ মনত যদি ভগ্নীৰ প্ৰতি কোনো আত্মীয়তা নাথাকে, তেন্তে দূৰত্ব বজাই ৰখাটোৱেই ভাল। চাণক্য নীতিত উল্লেখ থকা এনে কিছু দিশ চাওঁ আহক:

ভাতৃ-ভগ্নীৰ সম্পৰ্ক মানৱীয় জীৱনৰ এক অত্যন্ত মূল্যৱান আৰু আৱেগিক সম্পৰ্ক। সুখ-দুখত এই সম্পৰ্ক ইজনে সিজনৰ সহযোগী হৈ পৰে।

সেয়েহে আচাৰ্য চাণক্যই কৈছে যে যদি আপোনাৰ ভাতৃ-ভগ্নী আপোনাৰ প্ৰতি কোনো ধৰণৰ মৰম বা প্ৰেম নাথাকে আৰু প্ৰতিকূল পৰিস্থিতিত আপোনাৰ লগত থিয় নহয়; এনে ভাই-ভনীক সময়ত ত্যাগ কৰাটো উপযুক্ত।

চাণক্যই কয় যে ভাই-ভনীৰ সম্পৰ্কত সন্মানৰ প্ৰয়োজন। যেতিয়া ই কমিবলৈ আৰম্ভ কৰে, তেতিয়া সম্পৰ্কটো দুৰ্বল হ’বলৈ আৰম্ভ কৰে। গতিকে এই সম্পৰ্কত ইজনে সিজনক সন্মান কৰা উচিত।

আচাৰ্য চাণক্যৰ মতে, মিছাৰ ওপৰত ভিত্তি কৰি কোনো সম্পৰ্ক বেছি দিন টিকি থাকিব নোৱাৰে। ভাই-ভগ্নীৰ সম্পৰ্কতো মিছাৰ কোনো স্থান নাই।

মিছা কথাৰ বাবে সম্পৰ্ক দুৰ্বল হৈ পৰে। সেইবাবেই ভাতৃ-ভগ্নীয়ে কেতিয়াও পৰস্পৰে পৰস্পৰক মিছা কথা কোৱা উচিত নহয় বুলি চাণক্যই সকীয়াই দিছে।

তেওঁৰ মতে, সম্পৰ্কৰ গুৰুত্বপূৰ্ণ ভেটি হৈছে বিশ্বাস। বিশ্বাস যিমানেই মজবুত হয় সিমানেই সম্পৰ্ক মজবুত হয়। যেতিয়া সম্পৰ্কত বিশ্বাসৰ অভাৱ হয়, তেতিয়া সম্পৰ্কটো ভাঙি যোৱাৰ উপক্ৰম হয়।

সেইবাবেই ভাতৃ-ভগ্নীৰ বহুমূলীয়া সম্পৰ্কত কেতিয়াও অনাস্থা, সন্দেহক স্থান দিয়া উচিত নহয় বুলি চাণক্যই কৈ গৈছে। অন্যথা, এই মধুৰ সম্পৰ্ক মুহূৰ্ততে থানবান হৈ পৰিব বুলি তেওঁ লগতে সাৱধানবাণী শুনাই গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd