• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 15, 2025 8:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৭ জুলাই, ২০২৫ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এক ৰাষ্ট্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল আৰু গৃহ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী টোখান চাহুৰ উপস্থিতিত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা প্ৰদান কৰিব।

স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ হ’ল বিশ্বৰ সৰ্ববৃহৎ নগৰীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমীক্ষাৰ নৱম সংস্কৰণ। এই যুগান্তকাৰী কাৰ্যসূচীয়ে স্বচ্ছ ভাৰত অভিযান-নগৰীয়া (এছ বি এম-ইউ)ক আগুৱাই নিয়া চহৰসমূহৰ অক্লান্ত প্ৰচেষ্টাক স্বীকৃতি দি নগৰীয়া ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহ উন্মোচন কৰিব। এই বছৰ এই সন্মানীয় বঁটা ৪টা শাখাত প্ৰদান কৰা হ’ব– ক) ছুপাৰ স্বচ্ছ লীগ চহৰ খ) ৫টা জনসংখ্যা শাখাত শীৰ্ষ ৩খন পৰিষ্কাৰ চহৰ গ) বিশেষ শাখা : গংগা চহৰ, কেণ্টনমেণ্ট ব’ৰ্ড, চাফাইমিত্ৰ সুৰক্ষা, মহাকুম্ভ ঘ) ৰাজ্যিক পৰ্যায়ৰ বঁটা – ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিশ্ৰুতিসম্পন্ন পৰিষ্কাৰ চহৰ। এইবাৰ সৰ্বমুঠ ৭৮টা বঁটা প্ৰদান কৰা হ’ব।

Apply Now

এছ বি এম-ইউৰ অধীনৰ এক যুগান্তকাৰী পদক্ষেপ স্বচ্ছ সৰ্বেক্ষণ (এছ এছ)এ যোৱা ন বছৰ ধৰি চিত্তাকৰ্ষক, মানসিকতা গঢ় দিয়া আৰু অনুপ্ৰেৰণামূলক কাৰ্য্যৰে নগৰীয়া ভাৰতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত এক সুনিৰ্দিষ্ট শক্তিত পৰিণত হৈছে। ২০১৬ চনত ৭৩টা ইউএলবিৰে আৰম্ভ কৰা এই পদক্ষেপৰ শেহতীয়া সংস্কৰণে এতিয়া ৪,৫০০ তকৈও অধিক চহৰক সামৰি লৈছে। এই বছৰ এই বঁটাসমূহে কেৱল শীৰ্ষ স্বচ্ছ চহৰক উদযাপন কৰাই নহয়, দৃঢ় প্ৰতিশ্ৰুতি আৰু অগ্ৰগতি প্ৰদৰ্শন কৰা সৰু চহৰসমূহকো স্বীকৃতি আৰু উৎসাহিত কৰিছে।

এছ এছ ২০২৪-২৫ বঁটাসমূহে হ্ৰাস, পুনৰ ব্যৱহাৰ, পুনৰ নৱীকৰণৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশৰ প্ৰতিটো ৱাৰ্ড ৪৫ দিনৰ ভিতৰত ৩ হাজাৰৰো অধিক মূল্যায়নকাৰীয়ে পুংখানুপুংখভাৱে পৰিদৰ্শন কৰিছিল। অন্তৰ্ভুক্তি আৰু স্বচ্ছতাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে এই পদক্ষেপে ১১ লাখৰো অধিক পৰিয়ালৰ মূল্যায়নক সামৰি লৈছিল, যি ৰাষ্ট্ৰীয় পৰ্যায়ত নগৰীয়া জীৱন আৰু অনাময় ব্যৱস্থাক বুজিবলৈ এক ব্যাপক আৰু সুদূৰপ্ৰসাৰী দৃষ্টিভংগী প্ৰতিফলিত কৰে।

২০২৪ চনত অনুষ্ঠিত এই মূল্যায়ন জনসম্পৰ্কৰ ক্ষেত্ৰত এক যুগান্তকাৰী মুহূৰ্ত হিচাপে চিহ্নিত হৈছিল, যত প্ৰত্যক্ষ মত-বিনিময়, স্বচ্ছতা এপ, মাইগভ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ১৪ কোটি নাগৰিকৰ কাষ চপাৰ লগতে সফলতাৰে তেওঁলোকে অংশগ্ৰহণ কৰিছিল।

স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫এ ৫৪টা সূচকৰ সৈতে ১০টা সুনিৰ্দিষ্ট মাপকাঠী ব্যৱহাৰ কৰি নগৰীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেৱা প্ৰদানৰ মূল্যায়নৰ বাবে এক স্মাৰ্ট, গঠনমূলক দৃষ্টিভংগী গ্ৰহণ কৰিছিল, যিটোৱে চহৰসমূহত অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সম্পূৰ্ণ প্ৰতিচ্ছবি প্ৰতিফলিত কৰে।

এছ এছ ২০২৪-২৫এ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত উৎকৃষ্ট চহৰৰ অতি বিশেষ লীগ, ছুপাৰ স্বচ্ছ লীগ (এছ এছ এল) শীৰ্ষক সুকীয়া লীগ মুকলি কৰিছে। এছ এছ এলৰ প্ৰৱৰ্তনে দ্বৈত উদ্দেশ্য সাধন কৰে : ই শীৰ্ষ প্ৰদৰ্শনকাৰী চহৰসমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু উচ্চ মানদণ্ডত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰে, লগতে অন্য চহৰসমূহক তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰিবলৈ আৰু শীৰ্ষ ৰেংকিঙৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও প্ৰেৰণা দিয়ে। এছ এছ এলে এনে চহৰবোৰ যোৱা তিনি বছৰত কমেও এবাৰ শীৰ্ষ তিনিটাৰ ভিতৰত স্থান লাভ কৰা আৰু চলিত বছৰত নিজ নিজ জনসংখ্যা শাখাৰ শীৰ্ষ ২০ শতাংশত থকাৰ বৈশিষ্ট্য প্ৰদান কৰে।

প্ৰথমবাৰৰ বাবে চহৰসমূহক জনসংখ্যাৰ ভিত্তিত পাঁচটা শাখাত ভাগ কৰা হৈছে : (১) অতি সৰু চহৰ : ২০,০০০তকৈ কম জনসংখ্যা, (২) সৰু চহৰ : ২০,০০০ – ৫০,০০০ জনসংখ্যা, (৩) মধ্যম চহৰ : ৫০ হাজাৰৰ পৰা ৩ লাখ জনসংখ্যা, (৪) বৃহৎ চহৰ : ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যা আৰু (৫) মিলিয়ন-প্লাছ চহৰ : ১০ লাখতকৈ অধিক জনসংখ্যা। প্ৰতিটো শাখা ইয়াৰ আকাৰ আৰু একক প্ৰয়োজন অনুসৰি বিশেষভাৱে খাপ খোৱা মাপকাঠী ব্যৱহাৰ কৰি মূল্যায়ন কৰা হৈছে। আটাইতকৈ পৰিষ্কাৰ চহৰবোৰক স্বীকৃতি দিয়া হৈছে আৰু প্ৰতিটো শাখাতে এই বঁটা প্ৰদান কৰা হ’ব। এই দৃষ্টিভংগীয়ে নিশ্চিত কৰে যে সৰু চহৰসমূহেও আগশাৰীৰ চহৰবোৰৰ সৈতে এটা পৰ্যায়ত খেলপথাৰত জিলিকি উঠা আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd