• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

New GST Rates: মধ্যবিত্তৰ মূৰত মাধমাৰ! আজিৰে পৰা দাম বাঢ়িছে এইসমূহ নিত্যাৱশ্যকীয় সামগ্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2022 1:36 pm
767
VIEWS
Share on FacebookShare on Twitter

New GST Rates: নতুন জিএছটি হাৰ আজিৰে পৰা কাৰ্যকৰী হ’ব। জিএছটি পৰিষদৰ পূৰ্বৱৰ্তী বৈঠকত একাধিক সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ সুবিধা প্ৰত্যাহাৰ কৰা হৈছিল। ফলত এই সামগ্ৰীবোৰৰ মূল্য আজিৰে পৰা বৃদ্ধি পাব।

পেকেট যুক্ত আৰু লেবেল যুক্ত খাদ্য সামগ্ৰীৰ ওপৰত পাঁচ শতাংশ জিএছটি আৰোপ কৰা হ’ব। ইয়াৰ ফলত, পেকেট যুক্ত মৌ, দৈ, লাচি, বাটাৰমিল্ক, মাছ, মাংস, মাখন, কৰ্ণফ্লেক্সৰ মূল্য বৃদ্ধি হ’ব।

পূৰ্বে কেৱল ব্ৰেণ্ডেড ময়দা আৰু চাউলত পাঁচ শতাংশ জিএছটি ধাৰ্য কৰা হৈছিল। কিন্তু এতিয়াৰ পৰা ব্ৰেণ্ডেড নহ’লেও পেকেট যুক্ত আৰু লেবেল যুক্ত ময়দা আৰু চাউলৰ ওপৰত জিএছটি আৰোপ কৰা হ’ব। ফলত পেকেট আৰু লেবেল যুক্ত ময়দা আৰু চাউলৰ মূল্য বৃদ্ধি হ’ব।

প্ৰতিনিধিত্বমূলক ফটো।

এলইডি লেম্প, লাইট, ধাতু বৰ্তনীত জিএছটি ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি পাইছে। তদুপৰি ১২ শতাংশৰ পৰিৱৰ্তে পথ, দলং, ৰে’ল, মেট্ৰ’, তাপবিদ্যুৎ কেন্দ্ৰৰ চুক্তিৰ ওপৰতো ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব।

চামৰাৰ সামগ্ৰী জোতা, মাটিৰ ইটা, ছলাৰ ৱাটাৰ হিটাৰ আৰু চিষ্টেম, ই-ৱেষ্ট, পেট্ৰ’লিয়াম, মিথেনৰ ওপৰত আৰোপ কৰা জিএছটিও ১৮ শতাংশলৈ বৃদ্ধি পাইছে। পলিচ কৰা হীৰাৰ ওপৰত জিএছটি ১.৫ শতাংশলৈ বৃদ্ধি পাইছে।

চেক জাৰী কৰাৰ বাবে বেংকে লোৱা মাচুলৰ ওপৰতো জিএছটি আৰোপ কৰা হ’ব। প্ৰতিদিনে ১,০০০ টকাতকৈ কম হাৰৰ হোটেলৰ কোঠাৰ ওপৰত ১২ শতাংশ কৰ আৰোপ কৰা হ’ব। 

প্ৰতিনিধিত্বমূলক ফটো।

পাম্প, ডিপ টিউবৱেলৰ টাৰ্বাইন পাম্প, চাবমাৰ্চিবল পাম্প, চাইকেল পাম্পৰ ওপৰত জিএছটি ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

বীজ, মাহজাতীয় শস্য, পৰিষ্কাৰ কৰা যন্ত্ৰ, ক্ৰেছিং মিলত ব্যৱহৃত যন্ত্ৰপাতিৰ ওপৰত জিএছটিৰ হাৰ ৫ ৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

ছপা, অংকন আৰু লিখা চিঁয়াহীৰ দাম বৃদ্ধি হ’ব। আগতে এই সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ আছিল ১২ শতাংশ। এইবাৰ হ’ব ১৮ শতাংশলৈ বৃদ্ধি হ’ব।

প্ৰতিনিধিত্বমূলক ফটো।

চুৰী, পেঞ্চিল শ্বেৰ্পনাৰ, ব্লেড, চামুচৰ ওপৰত আৰোপ কৰা জিএছটিৰ হাৰো ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি পাইছে। 

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd