• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

New GST Rates: মধ্যবিত্তৰ মূৰত মাধমাৰ! আজিৰে পৰা দাম বাঢ়িছে এইসমূহ নিত্যাৱশ্যকীয় সামগ্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2022 1:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

New GST Rates: নতুন জিএছটি হাৰ আজিৰে পৰা কাৰ্যকৰী হ’ব। জিএছটি পৰিষদৰ পূৰ্বৱৰ্তী বৈঠকত একাধিক সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ সুবিধা প্ৰত্যাহাৰ কৰা হৈছিল। ফলত এই সামগ্ৰীবোৰৰ মূল্য আজিৰে পৰা বৃদ্ধি পাব।

পেকেট যুক্ত আৰু লেবেল যুক্ত খাদ্য সামগ্ৰীৰ ওপৰত পাঁচ শতাংশ জিএছটি আৰোপ কৰা হ’ব। ইয়াৰ ফলত, পেকেট যুক্ত মৌ, দৈ, লাচি, বাটাৰমিল্ক, মাছ, মাংস, মাখন, কৰ্ণফ্লেক্সৰ মূল্য বৃদ্ধি হ’ব।

পূৰ্বে কেৱল ব্ৰেণ্ডেড ময়দা আৰু চাউলত পাঁচ শতাংশ জিএছটি ধাৰ্য কৰা হৈছিল। কিন্তু এতিয়াৰ পৰা ব্ৰেণ্ডেড নহ’লেও পেকেট যুক্ত আৰু লেবেল যুক্ত ময়দা আৰু চাউলৰ ওপৰত জিএছটি আৰোপ কৰা হ’ব। ফলত পেকেট আৰু লেবেল যুক্ত ময়দা আৰু চাউলৰ মূল্য বৃদ্ধি হ’ব।

Apply Now
প্ৰতিনিধিত্বমূলক ফটো।

এলইডি লেম্প, লাইট, ধাতু বৰ্তনীত জিএছটি ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি পাইছে। তদুপৰি ১২ শতাংশৰ পৰিৱৰ্তে পথ, দলং, ৰে’ল, মেট্ৰ’, তাপবিদ্যুৎ কেন্দ্ৰৰ চুক্তিৰ ওপৰতো ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব।

চামৰাৰ সামগ্ৰী জোতা, মাটিৰ ইটা, ছলাৰ ৱাটাৰ হিটাৰ আৰু চিষ্টেম, ই-ৱেষ্ট, পেট্ৰ’লিয়াম, মিথেনৰ ওপৰত আৰোপ কৰা জিএছটিও ১৮ শতাংশলৈ বৃদ্ধি পাইছে। পলিচ কৰা হীৰাৰ ওপৰত জিএছটি ১.৫ শতাংশলৈ বৃদ্ধি পাইছে।

চেক জাৰী কৰাৰ বাবে বেংকে লোৱা মাচুলৰ ওপৰতো জিএছটি আৰোপ কৰা হ’ব। প্ৰতিদিনে ১,০০০ টকাতকৈ কম হাৰৰ হোটেলৰ কোঠাৰ ওপৰত ১২ শতাংশ কৰ আৰোপ কৰা হ’ব। 

প্ৰতিনিধিত্বমূলক ফটো।

পাম্প, ডিপ টিউবৱেলৰ টাৰ্বাইন পাম্প, চাবমাৰ্চিবল পাম্প, চাইকেল পাম্পৰ ওপৰত জিএছটি ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

বীজ, মাহজাতীয় শস্য, পৰিষ্কাৰ কৰা যন্ত্ৰ, ক্ৰেছিং মিলত ব্যৱহৃত যন্ত্ৰপাতিৰ ওপৰত জিএছটিৰ হাৰ ৫ ৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

ছপা, অংকন আৰু লিখা চিঁয়াহীৰ দাম বৃদ্ধি হ’ব। আগতে এই সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ আছিল ১২ শতাংশ। এইবাৰ হ’ব ১৮ শতাংশলৈ বৃদ্ধি হ’ব।

প্ৰতিনিধিত্বমূলক ফটো।

চুৰী, পেঞ্চিল শ্বেৰ্পনাৰ, ব্লেড, চামুচৰ ওপৰত আৰোপ কৰা জিএছটিৰ হাৰো ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি পাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd