• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World’s highest railway bridge কাশ্মীৰত মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং চেনাব দলং

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 13, 2022 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভাৰতত মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন। দলং খন মুকলি কৰা হৈছে কাশ্মীৰত। জম্মু-কাশ্মীৰৰ বিভিন্ন অংশক সংযোগ কৰিবলৈ নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন শনিবাৰে শ্ৰীনগৰৰ চেনাব নদীৰ ওপৰত উদ্বোধন কৰা হয়।লক্ষ্যণীয়ভাৱে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে শ্ৰীনগৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ একক-আৰ্ক ৰে’ল মুকলি কৰাৰ ফলত দেশৰ বহু প্ৰান্তৰ সৈতে কাশ্মীৰৰ বৃহৎ এলেকা সংযুক্ত হৈ পৰিল।

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন মুকলিৰ পিছতে কংকন ৰে’লৱেৰ অধ্যক্ষ আ সঞ্জয় গুপ্তাই কয়, “ই এক দীঘলীয়া যাত্ৰাৰ সফল পৰিমাপ্তি ।অসামৰিক অভিযন্তাসকলৰ কষ্টৰ ফলত আজি বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলং খন মুকলি কৰাটো সম্ভৱ হৈ উঠিল।”

Apply Now

প্ৰাকৃতিক সুষমাৰে ভৰপূৰ কাশ্মীৰত নিৰ্মাণ হৈ উঠা বিশ্বৰ আটাইতকৈ ওখ ৰে’ল দলং খন ২০২১ চনৰ ভিতৰত সাজু হৈ উঠিব বুলি ভবা হৈছিল যদিও প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে কাম ভালে খনি পিছুৱাই গৈছিল।

আজি দলং খন মুকলি হোৱাৰ পিছতে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে কাশ্মীৰ উপত্যকাৰ প্ৰায় সকলো অঞ্চল ৰে’ল সেৱাৰে সংযুক্ত হৈ পৰিল।

কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খনৰ নিৰ্মাণ আৰম্ভ হৈছিল ২০০৮ চনতে।

কিন্তু কেতবোৰ প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে ২০০৯ চনত দলং খনৰ নির্মাণ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল।

২০১০ চনৰ পৰা পুনৰ দলং খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়।

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং হিচাবে পৰিগণিত হোৱা চেনাব নৈৰ ওপৰৰ এই ৰে’ল দলং খনৰ দৈৰ্ঘ ৪,৩১৪ ফুট।

কাশ্মীৰৰ বাক্কা আৰু কৌৰিৰ মাজত নির্মাণ কৰা ৰে’ল দলং খন ওখই ১,১৭৮ ফুট।

দলং খনৰ প্ৰস্থ ১,৫৩২ ফুট। এই দলং খনেই হৈছে দেশৰ আটাইতকৈ বহল ৰে’ল দলং।

কাশ্মীৰত শেহতীয়াকৈ নিৰ্মাণ হৈ থকা ৰে’লপথৰ ভিতৰৰে ১৭৪ কিলোমিটাৰ পথেই হৈছে সুৰংগ পথ।

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন নিৰ্মাণ কৰিছে এফকনছ ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেড নামৰ কোম্পানীটোৱে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd