• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL-2023: চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই; তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2023 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুয়োটা দলেই দেখুৱালে খেল। চিন্নাস্বামীত দৰ্শকে আগেয়ে বুজি পাইছিল যে চেন্নাই বনাম বাংগালুৰুৰ খেলখনৰ উত্তেজনাই বুকুৰ ধপধপনি বঢ়াব। এটাই আনটোৰ ওপৰত শীৰ্ষস্থান দখল কৰাৰ অদম্য যুঁজৰ সাক্ষী হৈ ৰ’ল ক্ৰিকেটপ্ৰেমীসকল।

মহেন্দ্ৰ সিং ধোনীয়ে প্ৰখৰ মগজু আৰু শক্তিশালী পেশীৰ পৰাক্ৰম দেখুৱাব নে দ্ৰুত ছন্দত থকা বিৰাট কোহলীয়ে ঘৰুৱা অনুৰাগীক আকৌ এবাৰ আচৰিত কৰিব? এই প্ৰশ্নৰ উত্তৰ পাবলৈ সকলো ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিৱদ্ধ হৈছিল চিন্নাস্বামীত।

ফটো সৌজন্য: আইপিএল।

কিন্তু কেপ্তেইন কুলে বলিং চেঞ্জৰ পৰা ফিল্ডিং সজোৱালৈকে ​​নিজকে আকৌ এবাৰ শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি ফেফ ডু প্লেছিছৰ পৰা বিজয় কাঢ়ি আনিলে।

আঘাতৰ বাবে সোমবাৰে তেওঁ খেলাক লৈও সংশয়ৰ সৃষ্টি হৈছিল। অৱশ্যে সমৰ্থকসকলক আশ্ব স্ত কৰি খেলপথাৰলৈ নামি আহিছিল। ধোনীয়ে বেট (১*) লৈ বিশেষ একো কৰাৰ প্ৰয়োজন নাছিল। কিন্তু তেওঁৱেই উইকেটৰ পিছফালে নেতৃত্ব দিয়াৰ লগতে দুটা দ্ৰুত কেচ কৰায়ত্ত কৰি আৰচিবিক চাপত পেলাইছিল।

ফটো সৌজন্য: আইপিএল।

চেন্নাই ছুপাৰ কিংছৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন ঋতুৰাজ গাইকোৱাড ৩ ৰানত আউট হয়। কিন্তু ডিভন কনৱেই আৰচিবিৰ বলাৰৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে। তেওঁ ৪৫টা বলত ৮৩ ৰান সংগ্ৰহ কৰি বিস্ফোৰক ইনিংছ খেলিছিল।

ফটো সৌজন্য: আইপিএল।

নিউজিলেণ্ডৰ বেটছমেনগৰাকী ঘূৰি অহাৰ সময়ত অজিংক ৰাহানে (৩৭) আৰু শিৱম ডুবেই (৫২) চেন্নাইক বৃহৎ স্ক’ৰ দিয়ে। ২২৭ ৰানৰ পাহাৰ সন্মুখত ৰাখি যিকোনো দলৰ বাবে মনোবল বজাই ৰখাটো কঠিন। কিন্তু ৰান ৰেট ধৰি ৰাখি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে মেচৰ লেকাম নিজৰ ফালে ৰাখিছিল।

ফটো সৌজন্য: আইপিএল।

সোমবাৰৰ দিনটোত বিৰাট (৬) বিফল হয়। কিন্তু অধিনায়ক ডু প্লেছিছ আৰু মেক্সৱেলৰ আক্ৰমণাত্মক ইনিংছে খেলখনত উত্তেজনা কঢ়িয়াই আনে। ক্ৰীজত মেক্সৱেলৰ আউট হোৱাটোৱেই হৈ পৰিল মেচখনৰ টাৰ্নিং পইণ্ট।

ফটো সৌজন্য: আইপিএল।

ইয়াৰ পিছত দীনেশ কাৰ্তিকে (২৮) অলপ চেষ্টা কৰিলেও ৰক্ষা কৰিব নোৱাৰিলে। চাৰিবাৰৰ চেম্পিয়ন দলটোৱে ৮ ৰাণেৰে মেচখন বিজয় সাৱ্যস্ত কৰে।

২০১১ চনত আৰচিবিক পৰাস্ত কৰি ধোনীয়ে ফাইনেলত জয়লাভ কৰিছিল। আৰু এই পৰাজয়ৰ লগে লগে কোহলীৰ দলটোৰ বাবে প্লে অফৰ দৌৰ অলপ কঠিন হৈ পৰিল।

ফটো সৌজন্য: আইপিএল।

সংক্ষিপ্ত স্ক’ৰ:

চেন্নাই ছুপাৰ কিংছ: ২২৬/৬ (কনৱে-৮৩, ডুবে-৫২)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু: ২১৮/৮ (ডু প্লেছিছ-৬২, মেক্সৱেল-৭৬, দেশপাণ্ডে-৪৫/৩)

চেন্নাই ছুপাৰ কিংছে ৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd