• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণাতকৈয়ো ভয়াৱহ অন্ধবিশ্বাসঃ ইমিউনিটি বঢ়াবলৈ শিশুক খুওৱা হৈছে চুলাই মদ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 5:08 pm
salapa
4.6k
VIEWS
Share on FacebookShare on Twitter

মদ খালে অথবা গৰম বস্তু খালে ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

এনে ধৰণৰ ধাৰণা পৃথিৱীৰ প্ৰায় সকলো দেশতে বহু লোকৰ মাজৰ গঢ় লৈ উঠা দেখা গৈছে।

এনে ধাৰণাৰ বশৱৰ্তী হৈয়েই ওড়িশাৰ এখন ভিতৰুৱা গাঁৱত শিশুক খুওৱা হৈছে স্থানীয় ভাৱে প্ৰস্তুত কৰা চুলাই মদ।

ওড়িশাৰ মালকানগিৰি জিলাৰ পাৰছানপালি নামৰ গাঁও খনৰ ১০ৰ পৰা ১২ বছৰৰ ভিতৰৰ শিশু সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে খুওৱা হৈছে চালাপা নামৰ এবিধ বিশেষ চুলাই মদ।

চালাপা নামৰ চুলাই মদ বিধ শাল গছৰ পাতৰ পৰা বিশেষ পদ্ধতিৰে গাঁও খনৰ স্থানীয় বাসিন্দা সকলে প্ৰস্তুত কৰে।

গাঁও খনৰ একাংশ বাসিন্দাই বিশ্বাস কৰে যে মদ খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে,ফলত ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

সেই বিশ্বাস লৈয়ে তেওঁলোকে ফুলকুমলীয়া শিশুৰ মুখত ঢালি দিছে চুলাই মদ।

শেহতীয়াকৈ শিশুক মদ খুওৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে হুৱা দুৱা লাগিছে ওড়িশা চৰকাৰত।

মালকানগিৰিৰ জিলা উপায়ুক্ত মনীষ আগৰৱালাই এই সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।

মদে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰে বুলি প্ৰচলিত অন্ধবিশ্বাসৰ বাবেই কিছুদিন পূৰ্বে ইৰানত অত্যধিক মদ্যপান কৰি ৫৬ জন লোকৰ মৃত্যু ঘটিছিল।

Tags: COVID-19

Recent News

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd