• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বানে উটাই নিয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 23, 2020 7:36 pm
Child's body recovered from flood water in Bokakhat

প্ৰতিনিধিত্বমূলক ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ মৰিয়াহোলাত যোৱা ২১ জুলাইত বানে উটুৱাই নিয়া ৭ বছৰীয়া শিশু সঞ্জীতা চুব্বাৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয়।

যোৱা ২১ জুলাইৰ দিনৰ এক মান বজাত হঠাতে নিৰুদ্দেশ হৈছিল সঞ্জীতা চুব্বা নামৰ শিশুটি। সন্মান চুব্বা নামৰ লোকজনৰ কন্যা সঞ্জীতাক চ’গুৰি সংযোগী পথৰ ওপৰেদি প্ৰবাহিত প্ৰৱল সোঁতত উটি যোৱাৰ আশংকা কৰি শিশুটিৰ উদ্ধাৰৰ বাবে এন ডি আৰ এফ, এচ ডি আৰ এফ, বোকাখাত আৰক্ষীয়ে দুটা দিন অবিৰত চেষ্টা চলায়ো সন্ধান পোৱা নাছিল।

২১ জুলাইত সোঁত বৈ থকা ঠাইৰ মাটিত শিশুটিৰ এপাত চেন্দেল আৰু এখন বস্ত্ৰ পোৱা গৈছিল।

আৰু ২২ জুলাইত সেই স্থানৰ পৰা কিছু নিলগত শিশুটিয়ে ব্যৱহাৰ কৰা আনপাত চেন্দেল পোৱা গৈছিল।

যোৱা তিনিটা দিন সন্ধান কৰাৰ অন্তত উদ্ধাৰকাৰী দলে অৱশেষত আজি ঘটনাস্থলীৰ পৰা ২ কিলোমিটাৰ পশ্চিমে শিশুটিৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

৭ বছৰীয়া সঞ্জীতা চুব্বা নিৰুদ্দেশ হোৱাৰ ঘটনাই পিতৃ-মাতৃ, পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক যোৱা তিনিটা দিন শ্বাসৰুদ্ধ কৰি ৰাখিছিল।

শিশুটিৰ মৃতদেহ উদ্ধাৰে সমগ্ৰ অঞ্চলকে শোকস্তব্ধ কৰি তুলিছে।

Tags: Assam Flood
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd