• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৱল দুটা নহয়, এতিয়াৰে পৰা তিনিটাকৈ সন্তান জন্ম দিব পাৰিব চীনত, নতুন নীতি প্ৰস্তুত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 7:45 pm
435
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে তিনিটাকৈ সন্তান জন্ম দিব পাৰিব চীনত।

দেশখনৰ শেহতীয়া জৰীপত জন্মৰ হাৰ কমি অহাৰ পৰিপ্ৰেক্ষিতত দেশখনে পূৰ্বৰ দুটি সন্তানৰ নীতি উঠাই লৈছে।

উল্লেখযোগ্য যে ২০১৬ চনলৈকে দেশখনত এটা সন্তানৰ নীতি চলি আছিল কিন্তু তেতিয়াও জন্মৰ হাৰ কমাৰ বাবে দুটি সন্তানৰ নীতি গ্ৰহণ কৰিছিল।

কমিউনিষ্ট পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰে স’তে হোৱা এক বৈঠকত ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই সিদ্ধান্তক অনুমোদন কৰে।

দেশখনৰ মানৱ সম্পদক সুস্থভাৱে পৰিচালিত কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই মাহৰ প্ৰথমফালে প্ৰকাশ কৰা গণনাত দেখা গৈছে যোৱা বৰ্ষত দেশখনত ১২ মিলিয়ন সন্তান জন্ম হৈছে, যিটো ১৯৬০ চনৰ পাছত সৰ্বনিম্ন।

Recent News

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd