• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্য মহিলাৰে পৰকীয়া প্ৰেমত মত্ত স্বামীক হাতেলোটে ধৰিলে পত্নীয়ে,তাৰ পিছত এয়া কি কৰিলে পত্নীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2020 12:45 pm
a cage
41.1k
VIEWS
Share on FacebookShare on Twitter

মহিলাগৰাকীৰ স্বামীয়ে আন এগৰাকীৰ মহিলাৰ সৈতে প্ৰেমৰ গোপন সম্পৰ্ক ৰক্ষা কৰি অহাৰ কথা পত্নীয়ে বহু দিনৰে পৰা জানি আহিছিল।

কিন্তু প্ৰমাণৰ অভাৱত স্বামীৰ সেই দুষ্কাৰ্য ধৰা পেলাব পৰা নাছিল মহিলাগৰাকীয়ে। কিন্তু সিদিনা দিন বেয়া আছিল স্বামীৰ। আন মহিলাগৰাকীৰ সৈতে প্ৰেমত মছগুল হৈ থকা অৱস্থাতে স্বামীক হাতেলোটে ধৰি পেলালে পত্নীয়ে।

তাৰ পিছতে স্বামীৰ পিঠিত পৰিবলৈ ধৰিলে পত্নীৰ ঔকিল।

সিমানলৈকে সকলো স্বাভাৱিক কথাই আছিল যদিও স্বামীক মাৰধৰ কৰাৰ পিছত পত্নীয়ে যি কাৰ্য কৰিলে সেয়াহে অতি ভয়াৱহ।

ঘটনাটো সংঘটিত হৈছে চীনৰ মিয়ামিং প্ৰদেশত।

স্বামী-স্ত্ৰীৰ কাজিয়া সকলো ঠাইতে তেনেই সাধাৰণ ঘটনা যদিও মিয়ামিং প্ৰদেশত হোৱা এই কাজিয়া খনে এনে এটা ৰূপ ল’লে যে যি কথা ভাবিলেও ভয় লাগে।

পৰকীয়া প্ৰেমত মত্ত স্বামীক ধৰা পেলোৱাৰ পিছত পত্নীক প্ৰথমে স্বামীক মাৰধৰ কৰে আৰু তাৰ পিছতে কেইজনমান লোকৰ সহযোগত পত্নীয়ে স্বামীক এটা  সঁজাত ভৰাই ভৰা নৈত উটুৱাই দিয়ে।

চীনত শাস্তি প্ৰদানৰ বাবে প্ৰাচীন কালৰে পৰা প্ৰচলন থকা ‘Dip in a pig cage’‌ নীতিকে সাৰোগত কৰি পত্নীয়ে স্বামীক নৈত উটুৱাই দিলে।

কেৱল সেয়াই নহয়, স্বামীক সঁজাত বন্দী কৰি নৈত উটুৱাই দিয়াৰ সমগ্ৰ দৃশ্য পত্নীয়ে ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত ভাইৰেলো কৰিলে।

সৌভাগ্যক্ৰমে নৈৰ কাষত বাস কৰা একাংশ লোকে সঁজা বন্দী এজন লোক পানীত ভাঁহি যোৱা দেখিবলৈ পাই তেওঁক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে।

এই ঘটনাৰ ভিডিঅ’ ফুটেজ চাই আৰক্ষীয়ে লোক জনৰ পত্নীসহ চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আইনৰ সহায় নলৈ পত্নীয়ে এনেদৰে স্বামীৰ ক্ষেত্ৰত কৰা অমানৱীয় কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd