• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতাৰে আগবঢ়াৰ আগ্ৰহ চীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2020 8:03 am
c57db9a7dca9d4f4ea9f010654c4b763_20190906150145

চীনৰ ৰাষ্ট্ৰপতি সি জিনপিং

304
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতাৰে আগবাঢ়িবলৈ চীন আগ্ৰহী বুলি মঙলবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙে মন্তব্য প্ৰকাশ কৰে।

ইতিমধ্যে চীনা ভেকচিন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে চীন আৰু ৰাছিয়াৰ সৈতে সহযোগিতাৰে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ কাম কৰি আছে বুলিও ৰাষ্ট্ৰপতি ঝিনপিঙে লগতে কয়।

আনহাতে, চীনে ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৱেষণা, ট্ৰায়েলৰ বাবে অন্যান্য ব্ৰিকছ দেশৰ সদস্য সকলৰ সৈতেও একেলগে কাম কৰি আছে বুলি ঝিনপিঙে কয়।

তদুপৰি, ভেকচিনৰ প্ৰস্তুতি আৰু পৰীক্ষণৰ সময়ত প্ৰতিখন দেশকে সমধৰণে গুৰুত্ব প্ৰদান কৰি সতৰ্কতাৰে আগবঢ়া হৈছে বুলিও চীনা ৰাষ্ট্ৰপতি গৰাকীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে, চীনে ৰাছিয়া আৰু ব্ৰাজিলৰ উপৰিও বাংলাদেশ, পাকিস্তান আদি দেশত চীনা ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণ চলায় আছে।

ভাৰততো অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ ভেকচিনৰ পৰীক্ষণ চলি আছে আৰু ভাৰতৰ থলুৱা ভেকচিন প্ৰস্তুতিৰ কামো যথেষ্ট আগবাঢ়িছে।

ভাৰত আৰু চীন সীমান্তত দুয়োদেশৰ সৈন্য বাহিনীৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে চীনা ৰাষ্ট্ৰপতি গৰাকীৰ সহযোগিতা প্ৰকাশৰ কথাই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Recent News

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd