• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছমাহতে টিকটকৰ স্থান দখল কৰিম: দেশীয় এপ চিংগাৰীৰ সহঃপ্ৰতিষ্ঠাপকৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 6:46 pm
chingari
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিকটক এপ বন্ধ হোৱাৰ পিছত টিকটকৰ ঠাই পূৰাবলৈ অহা চিংগাৰীক লৈ এতিয়া আশাবাদী এপটোৰ গুৰি ধৰোতা সকল।

বাংগালুৰুৰ ছফটৱেৰ ডেভেলপমেন্ট কোম্পানী গ্ল’বুছফটে সাজি উলিওৱা চিংগাৰী এপটোৱে এতিয়া ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Apply Now

এই কথাতে আনন্দিত হৈ পৰিছে এপটোৰ সহঃ প্ৰতিষ্ঠাপক সুমিত ঘোষ।

চিংগাৰী এপৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি ঘোষে কয় যে বিগত মাহত চিংগাৰী এপ ডাউনলোড কৰিছিল প্ৰায় ৫ লাখ লোকে।

এতিয়া ডাউনলোডকাৰীৰ সংখ্যা বাঢ়ি ১.১ কোটি হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

ডাউনলোডকাৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চিংগাৰীত ছমাহৰ ভিতৰত কমেও ১০০ দক্ষ ব্যক্তিক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ কয়।

ভাৰত-চীন সীমান্তত হোৱা উত্তেজনাৰ  পিছতেই ভাৰতে জনপ্ৰিয় টিকটকসহ মুঠ ৫৯টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰত চৰকাৰৰ এই সিদ্ধান্ত ডিজিটেল ষ্ট্ৰাইক বুলি অভিহিত কৰা হৈছে।

চাইনীজ এপ নিষিদ্ধ হোৱাৰ পিছৰে পৰা ভাৰতত নিৰ্মিত এপৰ ডাউনলোড যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে।

টিকটৰ পৰিৱৰ্তে চিংগাৰী আৰু ধকধক, কেমস্কেনাৰৰ বিপৰীতে স্কেন কৰো এপ আৰু চেয়াৰ ইটৰ সলনি চেয়াৰ চাটৰ দৰে এপ ডাউনলোড হৈ আছে।

উল্লেখ্য যে ভাৰতত জনপ্ৰিয় টিকটক বন্ধ হোৱাৰ পিছতে চাইনীজ কোম্পানিটোৰ প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ভাৰতৰ চিংগাৰী এপ টিকটকৰ সমপৰ্যায়ৰ এপ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm
আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

June 10, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd